ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা - গুৱাহাটী

2019 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত প্ৰায় চাৰিশ ভোটৰ ব্যৱধানত জয়ী হয় ৰাহুল বৰদলৈ লগতে সভাপতি পদত জয়ী হয় হীৰকজ্যোতি পাটোৱাৰী ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
author img

By

Published : Oct 3, 2019, 7:34 PM IST

গুৱাহাটী, 3 অক্টোবৰ: ঘোষণা হ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ৷ বিগত 1 অক্টোবৰত অনুষ্ঠিত হোৱা 2019 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত প্ৰায় চাৰিশ ভোটৰ ব্যৱধানত জয়ী হয় ৰাহুল বৰদলৈ লগতে সভাপতি পদত জয়ী হয় হীৰকজ্যোতি পাটোৱাৰী ৷ আনহাতে, অভিলাষা নেঁওগে সহ সাধাৰণ সম্পাদক পদত জয়ী হোৱাৰ লগতে উপ-সভাপতি পদত জয় লাভ মনীষা ডেকা ৷ একেদৰে শৰীৰ চর্চা বিভাগত মুকুল ডেকা, তৰ্ক বিভাগত ভাৰ্গব বৰা ,ক্ৰিকেট বিভাগত সৌৰভ গাৰ্গ, এথলেটিকছ বিভাগত জয় লাভ কৰে বৰ্ণালী বড়োয়ে ৷

কটন বিশ্ববিদ্যালয়ৰ প্ৰতি ছাত্ৰ জীৱনৰ অৱস্থাৰ পৰাই দায়বদ্ধ থকাৰ লগতে এতিয়া একোটা পদত জয়ী হোৱাৰ পিছত দায়িত্ব বঢ়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰিবলৈ দুগুণ উৎসাহী বুলি প্ৰকাশ কৰে সাধাৰণ সম্পাদক পদত জয়ী হোৱা ৰাহুল বৰদলৈয়ে ৷ লগতে ছাত্ৰ একতা নিৰ্বাচনত কোনো দল বা সংগঠন অথবা কোনো তৃতীয় শক্তিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

লগতে সভাপতি পদত জয়ী হোৱা হীৰক জ্যোতি পাটোৱাৰীয়েও কটন বিশ্ব বিদ্যালয়ৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি যোৱাৰ সংকল্প লোৱাৰ কথা জানিবলৈ দিয়ে । 2019 বৰ্ষৰ এই নিৰ্বাচনৰ ফলাফল যিয়েই নহওঁক কিয় কটন বিশ্ববিদ্যালয়ৰ গৰিমা এই ছাত্ৰ একতা সভাই বৰ্ধন কৰাৰ লগতে বিবেকবান সিদ্ধান্তই বিশ্ববিদ্যালয়ৰ গৰিমা অটুট ৰখাত সহায় কৰিব ।

Intro:কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হল। নিৰ্বাচনত সাধাৰণ সম্পাদক পদত প্ৰায় চাৰিশ ভোটৰ ব্যৱধানত জয়ী হল ৰাহুল বৰদলৈ । সভাপতি পদত জয়ী হয় হীৰকজ্যোতি পাটোৱাৰী উপ সাধাৰণ সম্পাদক পদত জয়ী হয় অভিলাষা নেওগ লগতে উপ সভাপতি পদত মনীষা ডেকা শৰীৰ চর্চা বিভাগত মুকুল ডেকা, তৰ্ক বিভাগত ভাৰ্গব বৰা ,ক্ৰিকেট বিভাগত সৌৰভ গাৰ্গ এথলেটিকছ বিভাগত বৰ্ণালী বড়ো।

Body:সাধাৰণ সম্পাদক পদত জয়ী হোৱা ৰাহুল বৰদলৈয়ে ব্যক্ত কৰিলে মনৰ কথা । নিৰ্বাচনত জয়ী হোৱা ৰাহুল বৰদলৈয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰতি ছাত্ৰ জীৱনৰ অৱস্থাৰ পৰাই দায়বদ্ধ আছিল । কিন্তু এতিয়া একোটা পদত জয়ী হোৱাৰ পিছত দায়িত্ব বঢ়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰিবলৈ দুগুণ উৎসাহী বুলি জানিবলৈ দিলে। লগতে ছাত্ৰ একতা নিৰ্বাচনত কোনো দল বা সংগঠন অথবা কোনো তৃতীয় শক্তিৰ প্ৰয়োজন নাই বুলি কলে ৰাহুল বৰদলৈয়ে।
Bite:- ৰাহুল বৰদলৈ।

Conclusion:লগতে সভাপতি পদত জয়ী হোৱা হীৰক জ্যোতি পাটোৱাৰীয়েও কটন বিশ্ব বিদ্যালয়ৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি যোৱাৰ সংকল্প লোৱাৰ কথা জানিবলৈ দিলে। 2019 বৰ্ষৰ এই নিৰ্বাচনৰ ফলাফল যিয়েই নহওঁক কিয় কটন বিশ্ববিদ্যালয়ৰ গৰিমা এই ছাত্ৰ একতা সভাই বৰ্ধন কৰাৰ লগতে বিবেকবান সিদ্ধান্তই বিশ্ববিদ্যালয়ৰ গৰিমা অটুট ৰখাত সহায় কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.