ETV Bharat / state

ক’লাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান - কলা পেপাৰ

ক’লা পেপাৰ ব্যৱহাৰ কৰা গাড়ী চালকক জৰিমনা বিহাৰ লগতে পুনৰ ক’লা পেপাৰ নলগাবলৈ নিৰ্দেশ দিয়ে যানবাহন আৰক্ষীয়ে ।

মহানগৰী আৰক্ষীৰ কলা পেপাৰ লগোৱা চাৰিচকীয়া বাহনৰ বিৰুদ্ধে অভিযান
author img

By

Published : May 6, 2019, 8:11 PM IST

গুৱাহাটী, 6 মে’: চাৰিচকীয়া বাহনৰ গ্লাছত ক’লা পেপাৰ লগোৱাৰ বিৰুদ্ধে কঠোৰ হৈছে যানবাহন আৰক্ষী । প্ৰতিদিনেই মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান । সোমবাৰেও মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁৱতো চলিল যানবাহন আৰক্ষীৰ অভিযান । ক’লা পেপাৰ ব্যৱহাৰ কৰা গাড়ী চালকক জৰিমনা বিহাৰ লগতে পুনৰ ক’লা পেপাৰ নলগাবলৈ নিৰ্দেশ দিয়ে যানবাহন আৰক্ষীয়ে ।

আৰু পঢ়ক: মৃত্যুৰ মুখলৈ গতি কৰিছে নামৰূপৰ একমাত্ৰ সাৰ কাৰখানাটো

ইয়াৰ উপৰিও পুনৰ নিয়ম উলংঘা কৰিলে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে যানবাহন আৰক্ষীয়ে । আদালতৰ নিৰ্দেশনা অনুযায়ী কোনো বাহনৰ গ্লাছত লগাব নোৱাৰিব অতিৰিক্ত পেপাৰ । ইফালে নিয়মীয়াকৈ যানবাহন আৰক্ষীৰ এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে ।

Intro:চাৰিচকীয়া বাহনৰ গ্লাছত কলা পেপাৰ লগোৱাৰ বিৰুদ্ধে কঠোৰ হৈছে যানবাহন আৰক্ষী। প্ৰতিদিনেই মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান। সোমবাৰেও মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁৱতো চলিল যানবাহন আৰক্ষীৰ অভিযান। কলা পেপাৰ ব্যৱহাৰ কৰা গাড়ী চালকক জৰিমনা বিহাৰ লগতে পুণৰ কলা পেপাৰ নলগাবলৈ নিৰ্দেশ দিয়ে যানবাহন আৰক্ষীয়ে। Body:ইয়াৰ উপৰিও পুনৰ নিয়ম উলংঘা কৰিলে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে যানবাহন আৰক্ষীয়ে। আদালতৰ নিৰ্দেশনা অনুযায়ী কোনো বাহনৰ গ্লাছত লগাব নোৱাৰিব অতিৰিক্ত পেপাৰ। ইফালে নিয়মীয়াকৈ যানবাহন আৰক্ষীৰ এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে।Conclusion:Hirul Haque...guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.