ETV Bharat / state

মহানগৰীৰ বজাৰত মুকলিকৈ বিক্ৰী হৈছে চীনৰ নিৰ্মিত সামগ্ৰী - মহানগৰীত চীনা সামগ্ৰী

প্ৰশাসনৰ নিৰ্দেশক গুৰুত্ব প্ৰদান কৰা নাই মহানগৰীৰ একাংশ ব্যৱসায়ীয়ে ৷ কাৰণ দীপাৱলী উপলক্ষ্যে মহানগৰীৰ মালিগাঁও ফাচীবজাৰ, গণেশগুৰি আদি অঞ্চলত উভৈনদী হৈ পৰিছে বিভিন্ন চীনা সামগ্ৰীৰে ৷ কেৱল নিৰ্দেশ প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে জিলা প্ৰশাসনে ৷

প্ৰশাসনৰ বাধাক নেওচি মহানগৰীত উপলব্ধ চীনা লাইট
author img

By

Published : Oct 25, 2019, 10:18 AM IST

গুৱাহাটী, 25 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দীপাৱলী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীয়ো আলোকিত হ'ব পোহৰৰে ৷ দীপাৱলী উপলক্ষে মহানগৰীৰ বজাৰত ভৰি পৰিছে নানা ধৰনৰ লাইটৰ লগতে বিভিন্ন সামগ্ৰীৰে ৷

চীনত নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত মহানগৰ প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰি অহাৰ পাছতো মুকলিকৈ চীনত নিৰ্মিত সামগ্ৰীৰ ব্যৱসায় অব্যহাত ৰাখিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷ ইতিমধ্যে মহানগৰীৰ মালিগাঁও ফাচীবজাৰ, গণেশগুৰি আদি অঞ্চলত উভৈনদী হৈ পৰিছে বিভিন্ন চীনা সামগ্ৰী ৷ অৱশ্যে কেৱল নিৰ্দেশ প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে জিলা প্ৰশাসনে ৷ এইপৰ্যন্ত দীপাৱলী উপলক্ষ্যে গঢ় লৈ উঠা বিপনী সমূহত অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই মহানগৰ প্ৰশাসনে ৷ আৰু প্ৰশাসনৰ দূৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি মহানগৰীৰ বজাৰত 30ৰ পৰা 500 টকা পৰ্যন্ত বিক্ৰী হৈছে নানাৰঙী চীনা লাইটসমূহ ৷

Intro:পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীখনো পোহৰৰে আলোকিত হ'ব দীপাৱলীত। মহানগৰীৰ বজাৰত ভৰি পৰিছে নানা ধৰনৰ লাইটৰ লগতে বিভিন্ন সামগ্ৰী। কিন্তু প্ৰশাসনৰ নিৰ্দেশক কোনোৱে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। কিয়নো মহানগৰীৰ মালিগাঁও ফাচীবজাৰ, গণেশগুৰি আদি অঞ্চলত উভৈনদী হৈ পৰিছে বিভিন্ন চীনা সামগ্ৰীৰে। প্ৰসাশনৰ চকু সন্মূখতে এনেদৰেই বিক্ৰী হৈ আছে চীনা সামগ্ৰী। কেৱল নিৰ্দেশ প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে জিলা প্ৰশাসনে। ৩০-৫০০ টকা পৰ্যন্তলৈ বিক্ৰী হৈছে এই চীনা ৰঙ বিৰঙী লাইট।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.