গুৱাহাটী,13 ডিচেম্বৰঃ মহানগৰীৰ সমীপৱৰ্তী পানীখাইটি, ঐতিহাসিক হাতিশীলা, তপোবন, চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীত দেখা গৈছে বনভোজপ্ৰেমীৰ ভিৰ । কংক্ৰীটৰ মহানগৰীৰ পৰা আঁতৰত আহি বনভোজৰ আনন্দ ল'লে একাংশ বনভোজপ্ৰেমীয়ে । কোনোবা যদি আহিছে পৰিয়ালৰ লগত আন কোনোবা আহিছে বন্ধুৰ লগত । ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজৰ আনন্দ ল'লে প্ৰতিজনে ।
ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত ভিৰ - ঐতিহাসিক হাতিশীলা
মহানগৰীৰ সমীপৱৰ্তী পানীখাইটি, ঐতিহাসিক হাতিশীলা, তপোবন, চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীত দেখা গৈছে বনভোজপ্ৰেমীৰ ভিৰ ৷
ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত বনভোজকাৰী ভিৰ