ETV Bharat / state

গুৱাহাটীত অনু্ষ্ঠিত অসমীয়া কেলেণ্ডাৰৰ উন্মোচনী অনুষ্ঠান

এই অনুষ্ঠানত ফেচবুক পেজৰ প্ৰতিযোগিতাৰ জৰিয়তে 12 খন শ্ৰেষ্ঠ ফটো বাচনি কৰা হয়

author img

By

Published : Apr 10, 2019, 3:16 PM IST

অসমীয়া কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠান

গুৱাহাটী, 10 এপ্ৰিলঃ গুৱাহাটীত বুধবাৰে অনুষ্ঠিত এখন অসমীয়া কেলেণ্ডাৰৰ উন্মোচনী অনুষ্ঠান ৷ জনপ্ৰিয় শিল্পী জে.পি.দাসে উন্মোচন কৰে এই অসমীয়া কেলেণ্ডাৰখন ৷

অসমীয়া কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠান

নেক্স শ্বট নামৰ এটা ফটোগ্ৰাফী ফেচবুক গোটে এই অনুষ্ঠান আয়োজন কৰে ৷ উল্লেখ্য যে ফেচবুক পেজৰ প্ৰতিযোগিতাৰ জৰিয়তে 12 খন শ্ৰেষ্ঠ ফটো বাচনি কৰা হয় ৷ আৰু সেই শ্ৰেষ্ঠ ফটোৰেই উলিওৱা হৈছে অসমীয়া বাৰ মাহৰ কেলেণ্ডাৰ খন ৷ নেক্সত শ্বটৰ এই পদক্ষেপক প্ৰশংসা কৰে শিল্পী জে.পি.দাসে ৷

Intro:এখন অসমীয়া কেলেণ্ডাৰ উন্মোচন কৰিলে জে পি দাসে । next shot নামৰ এক ফটোগ্ৰাফী ফেচবুক গোটে আয়োজন কৰিলে এই অনুষ্ঠান। এই অনুষ্ঠানত 12 খন শ্ৰেষ্ঠ ফটো বাচনি কৰিলে ফেচবুক পেজৰ প্ৰতিযোগিতাৰ জৰিয়তে। সেই শ্ৰেষ্ঠ ফটোৰেই উলিয়াইছে অসমীয়া মাহৰ কেলেণ্ডাৰ খন।

Body:যি সময়ত অসমীয়া কেলেণ্ডাৰৰ অস্তিত্ব সংকট জনক সেই সময়ত next shot ৰ এই পদক্ষেপক প্ৰশংসা কৰিলে1 জে পি দাসে।
Bite :- জে পি দাস।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.