ETV Bharat / state

নতুন ৰূপত কেব,চাৰিটা ধৰ্মৰ লোকে পাব নাগৰিকত্ব!

author img

By

Published : Nov 16, 2019, 8:29 PM IST

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আহি আছে কেব ! জাতি মাটিৰ কথা কোৱা চৰকাৰ সাজু অসমীয়াৰ অস্তিত্বৰ কফিনত শেষটো গজাল মাৰিবলৈ !

চাৰিটা ধৰ্মৰ লোকে পাব নাগৰিকত্ব!

গুৱাহাটী, 16 অক্টোবৰঃ নতুন ৰূপত আহি আছে কেব ৷ সংসদৰ শীতকালীন অধিবেশন গৃহীত হ'ব কেব ৷ খ্ৰীষ্টান আৰু পাৰ্চি সকলে নাপায় নাগৰিকত্ব ৷ সৱিশেষ তলৰ ভিডিঅ'ত

চাৰিটা ধৰ্মৰ লোকে পাব নাগৰিকত্ব!

গুৱাহাটী, 16 অক্টোবৰঃ নতুন ৰূপত আহি আছে কেব ৷ সংসদৰ শীতকালীন অধিবেশন গৃহীত হ'ব কেব ৷ খ্ৰীষ্টান আৰু পাৰ্চি সকলে নাপায় নাগৰিকত্ব ৷ সৱিশেষ তলৰ ভিডিঅ'ত

চাৰিটা ধৰ্মৰ লোকে পাব নাগৰিকত্ব!
Intro:VO. নতুন ৰূপত আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক । ইতিমধ্যে মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সদম্ভে ঘোষণাই কৰিছে যে সংসদৰ এই শীতকালিন অধিবেশনৰ প্ৰথম তিনিদিনৰ ভিতৰতে নতুন ৰূপত CAB অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন উল্থাপন কৰা হব ।

GFX নতুন ৰূপত আহি আছে CAB

GFX. কি থাকিব , কি নাথাকিব নতুন CAB ত

GFX. ই টিভি ভাৰত EXCLUSIVE

GFX. পূৰ্বতে আছিল ছটা ধৰ্মৰ লোকক ভাৰতত নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱ

GFX. নতুন CAB ত এই সংখ্যা হ্ৰাস কৰা হব চাৰিটালৈ

GFX. বৰ্হি:ৰাষ্ট্ৰত নিৰ্যাতিত খ্ৰীষ্টান আৰু পাৰ্চিক দিয়া নহব নাগৰিকত্ব

PTC 1





Body:VO. ইতিমধ্যে CAB ৰ নতুন খচৰা প্ৰায় সাজু হৈ উঠিছে । গৃহমন্ত্ৰী অমিত শ্বাহে এই বিতৰ্কিত বিধেয়কখন সংসদত দাখিল কৰাৰ ৪৮ ঘন্টাৰ ভিতৰতে যাতে ইয়াক গৃহিত কৰাব পাৰি তাৰো ব্যৱস্থা কৰা হৈছে ।

GFX. আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ইতিমধ্যে খুটিনাটি মাৰিছে নতুন CAB ৰ

GFX. অসমীয়াৰ দুৰ্দিন আৰম্ভ হবলৈ মাজত মাত্ৰ কেইটামান দিন

PTC 2



Conclusion:GFX. নতুন খচৰা প্ৰস্তুতৰ পূৰ্বে ৰবিশংকৰ প্ৰসাদে আলোচনা কৰিছিল উত্তৰ পূৱৰ সকলো মুখ্যমন্ত্ৰীৰে

GFX. মেঘালয়, নাগালেণ্ড, অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে দৰ্শাইছিল দুৰ্ঘোৰ আপত্তি

GFX. নীৰৱে আছিল অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল

PTC 3

VO. বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ইতিমধ্যে অসমৰ সকলো দলীয় শীৰ্ষ নেতাক নিৰ্দেশ দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কে খিলঞ্জীয়াৰ স্বাৰ্থ কোনোপধ্যেই বিঘ্নিত নকৰে বুলি যাতে চুকে কোণে প্ৰচাৰ চলোৱা হয় । এই প্ৰচাৰত যাতে ম্লান হৈ পৰে CAB বিৰোধী সকলো আন্দোলন । মুঠতে অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিবলৈ সকলো ফালৰ পৰা সাজু হৈ উঠিছে বিজেপি আৰু জাতি, মাটি, ভেটিৰ কথা কোৱা অসমৰ বিজেপিৰ কাণ্ডাৰীসকল ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.