- লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷
- ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই ৷
- ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টাৰ্নিং বিষয়াৰ সংবাদমেল ৷
- নিৰ্বাচন আয়োগে বান্ধি দিয়া কেতবোৰ নীতি-নিয়ম সম্পৰ্কে আলোচনা হয় সংবাদমেলত ৷
- আমিনগাঁৱত চাৰিটা বিধানসভা সমষ্টিক সামৰি হ'ব ভোট গণনা ৷
- বকো,ছয়গাওঁ,পলাশবাৰী আৰু হাজো সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব মুঠ ৫৬খন টেবুল ৷
- প্ৰতিখন টেবুলত থাকিব এজন গাণনিক পৰিদৰ্শক,এজন গাণনিক সহায়ক,এজন সূক্ষ্ম পৰ্যবেক্ষক ৷
- বকো সমষ্টিৰ ২৬৫ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৯ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- ছয়গাওঁ সমষ্টিৰ ২২১টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- পলাশবাৰী সমষ্টিৰ ১৮৯ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৫ ৰাউণ্ডত হ'ব ভোট গণনা ৷
- হাজো সমষ্টিৰ ২২১ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব পোষ্টেল বেলটৰ গণনা ৷
- ৩০৩১খন পোষ্টেল বেলট লাভ কৰিছে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই ৷
বিগ ডে : বৃহস্পতিবাৰে বহুপ্ৰত্যাশিত লোকসভা নিৰ্বাচনৰ ভোটগণনা - lok sabha election
ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টাৰ্নিং বিষয়াৰ সংবাদমেল ৷
বিগ ডে : বৃহস্পতিবাৰে বহুপ্ৰত্যাশিত লোকসভা নিৰ্বাচনৰ ভোটগণনা
- লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷
- ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই ৷
- ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টাৰ্নিং বিষয়াৰ সংবাদমেল ৷
- নিৰ্বাচন আয়োগে বান্ধি দিয়া কেতবোৰ নীতি-নিয়ম সম্পৰ্কে আলোচনা হয় সংবাদমেলত ৷
- আমিনগাঁৱত চাৰিটা বিধানসভা সমষ্টিক সামৰি হ'ব ভোট গণনা ৷
- বকো,ছয়গাওঁ,পলাশবাৰী আৰু হাজো সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব মুঠ ৫৬খন টেবুল ৷
- প্ৰতিখন টেবুলত থাকিব এজন গাণনিক পৰিদৰ্শক,এজন গাণনিক সহায়ক,এজন সূক্ষ্ম পৰ্যবেক্ষক ৷
- বকো সমষ্টিৰ ২৬৫ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৯ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- ছয়গাওঁ সমষ্টিৰ ২২১টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- পলাশবাৰী সমষ্টিৰ ১৮৯ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৫ ৰাউণ্ডত হ'ব ভোট গণনা ৷
- হাজো সমষ্টিৰ ২২১ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ডত সম্পূৰ্ণ হ'ব ভোট গণনা ৷
- পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব পোষ্টেল বেলটৰ গণনা ৷
- ৩০৩১খন পোষ্টেল বেলট লাভ কৰিছে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই ৷
*SLUG= AMINGAON-VOTE COUNTING PREPRATION PRESS MEET*
👉লোকসভা নিৰ্বাচনৰ ভোট গননাৰ বাবে মাজত মাথো কেইটিমান ঘন্টা বাকী ।
👉৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোট গননাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কামৰূপ জিলা নিৰ্বাচনী বিষয়া ।
👉কামৰূপ জিলাৰ আমিনগাওঁত চাৰিটা বিধানসভা সমষ্টিক সামৰি হ'ব ভোট গননা ।
👉বকো,ছয়গাওঁ,পলাশবাৰী আৰু হাজো সমষ্টিৰ ভোট গননাৰ বাবে থাকিব মুঠ ৫৬খন টেবুল ।
👉প্ৰতিখন টেবুলত এজন গাননিক পৰিদৰ্শক,এজন গাননিক সহায়ক,এজন সুক্ষ্ম পৰ্যবেক্ষক থাকিব ।
👉বকো সমষ্টিৰ ২৬৫ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৯ ৰাউণ্ড গননা হ'ব ।
👉ছয়গাওঁ সমষ্টি ২২১ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ড গননা হ'ব ।
👉পলাশবাৰী সমষ্টিৰ ১৮৯ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৫ ৰাউণ্ড গননা হ'ব ।
👉হাজো সমষ্টিৰ ২২১ টা ভোট কেন্দ্ৰৰ বিপৰীতে ১৬ ৰাউণ্ড ভোট গননা হ'ব ।
👉প্ৰথমে পোষ্টেল বেলটৰ গননা পুৱা ৭ বডাৰ পৰা আৰম্ভ হ'ব ।
👉৩০৩১খন পোষ্টেল বেলট লাভ কৰিছে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই ।
👉ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টাৰ্নিং বিষয়াৰ সংবাদমেল ।
👉সংবাদমেলত নিৰ্বাচন আয়োগে বান্ধি দিয়া কেতবোৰ নীতি-নিয়ম সম্পৰ্কে অবগত কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।
*VISUAL SEND BY FTP*