কামৰূপ, 25 জুনঃ অসমৰ পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ যাব অসমৰ চৰকাৰৰ ৯ জন বিধায়ক আৰু ১২ জন বিষয়া। তথ্য অনুসৰি ২৬ জুনৰ পৰা ৪ জুলাই লৈ চলিব এই যাত্ৰা। এক্ট ইষ্ট পলিচি বিভাগৰ অধীনত চলা এই যাত্ৰাৰ বাবে বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হ'ব বিধায়ক তথা বিষয়াসকল ৷ মঙলবাৰে এই সম্পৰ্ক যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে দিছপুৰত আগতীয়াকৈ ফ্লেগ অফ কৰে। আনহাতে বাংলাদেশ আৰু ম্যানমাৰলৈ ওলোৱা দলটোৰ নেতৃত্বত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
এক্ট ইষ্ট পলিচি বিভাগৰ অধীনত বাংলাদেশলৈ সম্পৰ্ক যাত্ৰা - MYANMAR
এই যাত্ৰাৰ বাবে বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হ'ব বিধায়ক তথা বিষয়াসকল ৷
কামৰূপ, 25 জুনঃ অসমৰ পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ যাব অসমৰ চৰকাৰৰ ৯ জন বিধায়ক আৰু ১২ জন বিষয়া। তথ্য অনুসৰি ২৬ জুনৰ পৰা ৪ জুলাই লৈ চলিব এই যাত্ৰা। এক্ট ইষ্ট পলিচি বিভাগৰ অধীনত চলা এই যাত্ৰাৰ বাবে বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হ'ব বিধায়ক তথা বিষয়াসকল ৷ মঙলবাৰে এই সম্পৰ্ক যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে দিছপুৰত আগতীয়াকৈ ফ্লেগ অফ কৰে। আনহাতে বাংলাদেশ আৰু ম্যানমাৰলৈ ওলোৱা দলটোৰ নেতৃত্বত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
Body:অসমৰ পৰা বাংলাদেশ আৰু ম্যানমাৰ লৈ যাব অসমৰ চৰকাৰৰ ৯ জন বিধায়ক আৰু ১২ জন বিষয়া । ২৬ জুনৰ পৰা ৪ জুলাইলৈকে চলিব এই যাত্ৰা । এক্ট ইষ্ট পলিচী বিভাগৰ অধীনত চলা এই যাত্ৰা বুধবাৰে ৰাতিপুৱা ৰাওনা হব গুৱাহাটীৰ পৰা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু চন্দ্রমোহন পাতৱাৰীৰ য়ে মঙলবাৰে দিছ্পুৰত আগতীয়াকৈ শ্লেগ অফ কৰে এই সম্পৰ্ক যাত্ৰাৰ । আনহাতে বাংলাদেশ আৰু ম্যানমাৰ লৈ ওলোৱা এই দলটোৰ নেতৃত্ব যাব মন্ত্ৰী চন্দ্রমোহন পাতৱাৰী ।
Conclusion: