ETV Bharat / state

পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

author img

By

Published : Sep 27, 2019, 9:44 PM IST

উল্লেখযোগ্য যে, জানুৱাৰী মাহত 45 টা খালী হৈ থকা পশু চিকিৎসক পদ আৰু 221 জন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হব ৷ তৃতীয় বৰ্গৰ খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ কথাও জনিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 27 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী মোদীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে 2022 ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ ৷ পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আয়োজন কৰিলে এখনি সংবাদমেল ৷ সংবাদমলত অতুল বৰাই জানিবলৈ দিয়ে যে, পশু পালনত এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্য কাম কৰি থকা হৈছে যদিও বৰ্তমানলৈ গাখীৰ ,কণী ,মাংস উৎপাদনত সফল হব পৰা নাই চৰকাৰ ৷ তাৰ বাবে নতুন নিযুক্তি আৰু শ্ৰম নিৰ্ভৰশীল হ'ব পৰাকৈ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে, জানুৱাৰী মাহত 45 টা খালী হৈ থকা পশু চিকিৎসক পদ আৰু 221 জন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হব ৷ তৃতীয় বৰ্গৰ খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ কথাও জনিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ লগতে 64 গৰাকী চিকিৎসকক মহকুমা পৰ্যায়ৰ বিষয়ালৈ আৰু মহকুমা পৰ্য্যায়ৰ 32 জন বিষয়াক সহকাৰী সঞ্চালক পদলৈ পদোন্নতি কৰাৰ কথাও ব্যক্ত কৰে ৷পশুপালনৰ লগত জড়িত হৈ আছে নিবনুৱা সমস্যা ৷ গতিকে পশুপালনৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছে বিভাগটোৱে ৷ বহিৰাগত গাখীৰ ,মাংস, কণীৰ পৰিবৰ্তে অসমত উৎপাদন বৃদ্ধিৰ বাবে কাম কৰাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যত জৰাজীৰ্ণ ৰূপ লোৱা পশুপালন তথা চিকিৎসা কেন্দ্ৰ মেৰামতিৰ লগতে পশুপালক সকলৰ বাবে বীমাৰ ব্যৱস্থা থাকিব বুলিও উক্ত সংবাদমেলত জানিবলৈ দিলে মন্ত্ৰী অতুল বৰাই ৷

Intro:পশুপালন নিগম সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল।
প্ৰধানমন্ত্ৰী মোদীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে 2022 ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। সংবাদমলত অতুল বৰাই জানিবলৈ দিয়া অনুসৰি পশু পালনত এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্য কাম কৰি থকা হৈছে।
বৰ্তমানলৈ গাখীৰ ,কণী ,মাংস উৎপাদনত সফল হব পৰা নাই চৰকাৰ। তাৰ বাবে নতুন নিযুক্তি আৰু শ্ৰম নিৰ্ভৰশীল হব পৰাকৈ ব্যৱস্থা কৰা হব।
গাখীৰ, কণী, মাংসৰ উৎপাদন বৃদ্ধি কৰি ঘাটি হ্ৰাস কৰাৰ পৰিকল্পনা বিষয়ে কলে পশুপালন নিগমৰ মন্ত্ৰী গৰাকীয়ে।

Body:জানুৱাৰী মাহত 45 টা খালি হৈ থকা পশু চিকিৎসক পদ আৰু 221 জন ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়া হব।
তৃতীয় বৰ্গৰ খালি হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে। লগতে 64 গৰাকী চিকিৎসকক মহকুমা পৰ্যায়ৰ বিষয়ালৈ আৰু মহকুমা পৰ্য্যায়ৰ 32 জন বিষয়াক সহকাৰী সঞ্চালক পদলৈ পদোন্নতি কৰাৰ কথা ব্যক্ত কৰিলে তেওঁ। পশুপালনৰ লগত জড়িত হৈ আছে নিবনুৱা সমস্যা গতিকে পশুপালনৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছে বিভাগ টোৱে। বহিৰাগত গাখীৰ ,মাংস, কণীৰ পৰিবৰ্তে অসমত উৎপাদন বৃদ্ধিৰ বাবে কাম কৰাৰ কথা জনালে মন্ত্ৰী গৰাকীয়ে।
গাহৰি , ছাগলী আৰু1 কুকুৰাৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন পৰিকল্পনা কৰাৰ কথা জনালে মন্ত্ৰী অতুল বৰাই।

Conclusion:ৰাজ্যত জৰাজীৰ্ণ ৰূপ লোৱা পশুপালন তথা চিকিৎসা কেন্দ্ৰ মেৰামতি ব্যৱস্থাৰ লগতে পশুপালক সকলৰ বাবে বীমাৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিলে এই সংবাদমেলত মন্ত্ৰী অতুল বৰাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.