ETV Bharat / state

মহানগৰীত অত্যাধুনিক চাইবাৰ ক্ৰাইম - SBI ATM

মহানগৰীৰ হাতীগাঁৱত অত্যাধুনিক চাইবাৰ ক্ৰাইম ৷ হাতীগাওঁ চাৰিআলিৰ সমীপত থকা ইউনিয়ন বেংকৰ ATMত সংস্থাপন অত্যাধুনিক হেকিং সামগ্ৰী ৷ এটিমত সংযোগ কাৰ্ড স্কেন কৰিব পৰা মেচিন, চিচি কেমেৰা, তথ্য সংগ্ৰহ কৰিব পৰা মেমৰী কাৰ্ড । হাতীগাওঁ আৰক্ষীৰ বেংক কৰ্তৃপক্ষৰ সহযোগত তদন্ত আৰম্ভ ৷

মহানগৰীত অত্যাধুনিক চাইবাৰ ক্ৰাইম
author img

By

Published : Sep 3, 2019, 2:58 PM IST

গুৱাহাটী, 3 ছেপ্তেম্বৰঃ মহানগৰীৰ হাতীগাঁৱত অত্যাধুনিক চাইবাৰ ক্ৰাইম ৷ হাতীগাওঁ চাৰিআলিৰ সমীপত থকা ইউনিয়ন বেংকৰ ATMত সংস্থাপন অত্যাধুনিক হেকিং সামগ্ৰী ৷ ATMত সংযোগ কাৰ্ড স্কেন কৰিব পৰা মেচিন, চিচি কেমেৰা, তথ্য সংগ্ৰহ কৰিব পৰা মেমৰি কাৰ্ড । এজন সচতন লোকে ধন উলিওৱাৰ সময়ত পোহৰলৈ আহে এই ঘটনা ৷ হাতীগাওঁ আৰক্ষীৰ বেংক কৰ্তৃপক্ষৰ সহযোগত তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, যোৱা 23 আগষ্টত ৰাজধানী দিশপুৰৰ ষ্টেত বেংক ATM ত এনে ধৰণৰ প্ৰথমটো মেচিন সংযোগ কৰা ঘটনা পোহৰলৈ আহিছিল ৷ গুৱাহাটী মহানগৰীত ATMত চাইবাৰ ক্ৰাইমৰ এইটো দ্বিতীয়টো ঘটনা ৷

Intro:অসমত দ্বিতিয়বাৰৰ বাবে চাইবাৰ অপৰাধীয়ে সংযোগ কৰিলে অত্যাধুনিক হেক কৰা সামগ্ৰী

Body:মহানগৰীৰ হাটীগাও চাৰিআলিৰ সমীপতে থকা unino bankr ৰ এটিমত সংযোগ কৰিলে কাৰ্ড ষ্কেন কৰিব পৰা মেচিন, চিচি কেমেৰা, ৩২ জিপিৰ তথ্য সংগ্ৰহ কৰিব পৰা মেমৰি কাৰ্ড । এজন সচতন লোকে ধন উলিওবাৰ সময়ত পোহৰলৈ আহে এই ঘটনা ।ততাতৈয়াকৈ খবৰ দিয়া হয় হাটীগাও আৰক্ষী আৰু বেংক বিষয়াৰ লোকক । হাতীগাও আৰক্ষীয়ে উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে । বেংক কৰ্তপক্ষই ও সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল । সম্প্ৰতি কোন লোকক সোমাব দিয়া নাই এটিএমত। উল্লেখযোগ্য যে যোৱা ২৩ আগষ্ঠ তাৰিখে ৰাজধানী দিশপুৰত এনে ধৰনৰ প্ৰথমটো মেচিন সংযোগ কৰিছিল SBI ATM ত । তৎপৰ হোবা নাই আৰক্ষী যাৰ ফলত এনে ধৰনৰ ঘটনা সংঘটিত হৈছে এনেধৰনৰ ঘটনা । হাটীগাও আৰক্ষী আৰু crime branch a যুটীয়া ভাবে চলাইছে অভিযান।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.