কামৰূপ, 26 মাৰ্চঃ এইখন মহানগৰীৰ নিচেই কাষেৰেই আমিনগাঁও পানীপাৰ গাঁও ৷ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এই গাঁওখনত অতবছৰে গঢ়ি নুঠিল এটা পকী পথৰ লগতে সম্পূৰ্ণ নহ'ল মন্দিৰৰ কামো ৷ সমাধান নহ'ল কৃত্ৰিম খোৱাপানী আৰু বানপানীৰ সমস্যা ৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এখন উন্নয়নমূলক গাঁও - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উন্নয়নমূলক এখন গাঁও
আজিও সমাধান নহ'ল কৃত্ৰিম খোৱাপানী আৰু বানপানীৰ সমস্যা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উন্নয়নমূলক গাঁও
কামৰূপ, 26 মাৰ্চঃ এইখন মহানগৰীৰ নিচেই কাষেৰেই আমিনগাঁও পানীপাৰ গাঁও ৷ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এই গাঁওখনত অতবছৰে গঢ়ি নুঠিল এটা পকী পথৰ লগতে সম্পূৰ্ণ নহ'ল মন্দিৰৰ কামো ৷ সমাধান নহ'ল কৃত্ৰিম খোৱাপানী আৰু বানপানীৰ সমস্যা ৷
Intro:script : উন্নয়নৰ মুখ নেদেখা এখন গাওঁ। সাংসদ বিজয়া চক্ৰৱৰ্তী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উন্নয়নৰ নমুনা এইগাঁও খন । কোনো জকাইচুকৰ গাওঁ নহয় মহানগৰীৰ নিচেই কাষতেই এই গাওঁ খন ।আমিনগাঁও পানীপাৰ গাঁৱবাসীযে নেদেখিলে উন্নয়নৰ মুখ ।আজি পর্যন্ত উন্নত নহল পথ সমাধান নহল কৃত্ৰিম খোৱাপানী ,বানপানীৰ সমস্যা।যাৰ ফলত বাৰিষাৰ সময়ছোৱাত দুৰ্ভোগ ভূগি আহিছে আমিনগাঁও পানিপৰাবাসী ৰাইজে ।প্ৰতিশ্ৰুতি দিয়ো নিৰ্মাণ নকৰিলে ৰাজহুৱা মন্দিৰ, পকী পথ ।নিৰ্বাচনৰ সময়ত বৰ বৰ প্ৰতিশ্ৰুতি দি জয় হোৱাৰ পাছত পাহৰি যায় এই সকল মন্ত্ৰী বিদায়ক তথা সাংসদে ।
গতিকে এইবাৰ নিৰ্বাচনত পানীপৰাবাসী ৰাইজৰ দাবী
যিজন প্ৰাৰ্থীযে পূৰণ কৰিব আমাৰ দাবী সেই জন প্ৰাৰ্থীকেই ভোট দিব ৰাইজে ।ইফালে উন্নয়নৰ ঢাক ঢোল বজোৱা মহা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিবাসীৰএই দুৰ্ভোগে উদঙাইছে ফপোলা স্বৰূপ ।
Body:।
Conclusion:।