ETV Bharat / state

বিজেপি দলৰ ফলাফলক লৈ আনন্দত মতলীয়া চৌদিশ

author img

By

Published : May 24, 2019, 2:07 AM IST

দ্বিতীয় বাৰলৈ চৰকাৰ গঠন কৰাৰ বাবে আনন্দিত বিজেপি দল

বিজেপি দলৰ ফলাফলক লৈ আনন্দত মতলীয়া চৌদিশ

গুৱাহাটী, 24 মেঃ লোকসভা নিৰ্বাচনত বিজেপি দলৰ ফলাফলক লৈ আনন্দিত সকলো দলীয় নেতা-কৰ্মী ৷ দ্বিতীয় বাৰলৈ চৰকাৰ গঠন কৰাৰ বাবে বিশ্ব হিন্দু পৰিষদ, হিন্দু সচেতন যুৱ সমাজে লালমাটিৰ পৰা শুভাযাত্ৰা উলিয়াই দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷

লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰতবৰ্ষত বিজেপি দলৰ ফলাফলক লৈ চৌদিশ আনন্দত মতলীয়া ৷ বিজেপিৰ জয়যাত্ৰাত উৎফুল্লিত সকলো নেতা কৰ্মী ৷ দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ বাবে দলটোক শুভেচ্ছা দিবৰ বাবে বিশ্ব হিন্দু পৰিষদ, হিন্দু সচেতন যুৱ সমাজে লালমাটিৰ পৰা এক শুভাযাত্ৰা উলিয়াই ৷ বিজেপি দলক নতুন চৰকাৰ গঠনৰ এই ৰেলীৰ জৰিয়তেই পুনৰ বাৰ শুভেচ্ছা দিয়ে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.