ETV Bharat / state

বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক সহায় কৰক ৰাজ‍্য চৰকাৰেঃৰিপুণ বৰা - Appeal of ripun bora on corona virus to government guwahati kamrup metro assam etv bharat news

কৰ’ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম ৰাজ্যৰ প্ৰশাসন ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ যাতায়াত ব্যৱস্থাসমূহ সম্প্ৰতি বন্ধ হৈ আছে ৷ ফলত বহিঃৰাজ্যত কৰ্মৰত প্ৰায়বোৰ লোক কৰ্মৰত ঠাইত আৱদ্ধ হৈ আছে ৷ উক্ত লোকসকলক নিজ ৰাজ্যলৈ ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ে ৷

Appeal of ripun bora on corona virus to government guwahati kamrup metro assam etv bharat news
চৰকাৰলৈ ৰিপুণ বৰাৰ আহ্বান
author img

By

Published : Mar 31, 2020, 7:44 PM IST

গুৱাহাটী,31 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে বহিঃৰাজ্যত কাম কৰা অসমৰ একাংশ লোক ঘৰলৈ ঘূৰি আহিল যদিয়ো একাংশ লোক সম্প্ৰতি আৱদ্ধ হৈ আছে বহিঃৰাজ্যত । ফলত অন্ন,আশ্ৰয়ৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে উক্ত লোকসকল । কৰ্মহীন হোৱাৰ ফলত ব্যাপক আৰ্থিক সংকটৰো সন্মুখীন হৈছে লোকসকল । সম্প্ৰতি এইসকল লোকক সহায় কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

চৰকাৰলৈ ৰিপুণ বৰাৰ আহ্বান

বৰাই কয়,"অসম চৰকাৰে অনতিপলমে দায়িত্ব সহকাৰে এই লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব লাগে । আমি প্ৰদেশ কংগ্ৰেছৰ হৈ বিভিন্ন ৰাজ্যৰ শাসনাধিষ্ঠিত চৰকাৰ,কংগ্ৰেছ নেতা আদিৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি কৰিছো আৰু অসমৰ লোকসকলে যাতে কোনোধৰণৰ সমস্যাত নপৰে সেয়া সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো"৷

লগতে চাওকঃ লখিমপুৰৰ পাঁচজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.