ETV Bharat / state

কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিলে মুঠ ৭৯ লাখ টকা - লোকসভা সমষ্টি

গুৱাহাটীৰ ৰাজীৱ ভৱনত 14 টা লোকসভা সমষ্টিৰ বাবে 82 খন আবেদন প্ৰাৰ্থিত্বৰ বাবে ৷ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা মুঠ 79 লাখ টকা সংগ্ৰহ প্ৰদেশ কংগ্ৰেছৰ ৷

APCC Collects 79 Lakhs for Lok Sabha Application
উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱন
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 11:01 PM IST

গুৱাহাটী, 22 ডিচেম্বৰ : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱন ৷ 14 টা লোকসভা সমষ্টি, 82 খন আবেদন প্ৰাৰ্থিত্বৰ বাবে ৷ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা মুঠ 79 লাখ টকা সংগ্ৰহ প্ৰদেশ কংগ্ৰেছৰ ৷ প্ৰদেশ কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থিত্ব আবেদনৰ অন্ত পৰিল আজি ৷ প্ৰাৰ্থিত্বৰ আবেদনৰ যোগেদি কংগ্ৰেছে সংগ্ৰহ কৰিলে মুঠ 79 লাখ টকা ৷ অসমৰ 14 টা লোকসভাৰ সমষ্টিৰ পৰা সৰ্বমুঠ 82 খন আবেদন দাখিল হৈছে ৰাজীৱ ভৱনত ৷

11 ডিচেম্বৰৰ প্ৰদেশ কংগ্ৰেছে মুকলি কৰিছিল 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন প্ৰক্ৰিয়া ৷ প্ৰতি গৰাকী প্ৰাৰ্থীৰ আবেদনৰ মাচুল নিৰ্ধাৰণ কৰিছিল 1 লাখ টকা ৷ এগৰাকী প্ৰাৰ্থীয়ে এটাতকৈ অধিক সমষ্টিত আবেদনৰ সুবিধা প্ৰদান কৰিছিল কংগ্ৰেছে ৷ এটাতকৈ অধিক সমষ্টিৰ বাবে আবেদন কৰিলেও মাচুল নিৰ্ধাৰিত মাচুল আছিল 1 লাখ টকাই ৷ আনহাতে পৰৱৰ্তী সময়ত মিত্ৰ দলক দিয়া আসনৰ বাবে কৰা আবেদনকাৰী সকলক মাচুলৰ ধন ঘূৰাই দিব বুলি ঘোষণা কৰে কংগ্ৰেছে ৷ প্ৰথম অৱস্থাত 19 ডিচেম্বৰলৈ আবেদনৰ সময় সীমা নিৰ্ধাৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছে ৷ পিছত 3 দিনলৈ বৃদ্ধি কৰি 22 ডিচেম্বৰলৈ আবেদনৰ সময়সীমা বঢ়াই দিছিল ৷

এই আবেদন প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, বৰ্তমানৰ কংগ্ৰেছৰ অসমৰ তিনিও গৰাকী সাংসদেই লোকসভাৰ প্ৰাৰ্থিত্ব বিচাৰি পুনৰ জনাইছে আবেদন ৷ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট, কাজিৰঙা, নগাঁৱৰ পৰা বিচাৰিছে প্ৰাৰ্থিত্ব ৷ আনহাতে প্ৰদ্যুৎ বৰদলৈয়ে পুনৰবাৰ নগাঁৱৰ পৰাই বিচাৰিছে প্ৰাৰ্থিত্ব ৷ একেদৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে কোনো নিৰ্দিষ্ট সমষ্টিৰ নাম উল্লেখ নকৰাকৈ জনাইছে আবেদন ৷

APCC Collects 79 Lakhs for Lok Sabha Application
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী

কোনে ক’ৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন জনাইছে-7 নং কৰিমগঞ্জ সমষ্টিৰ পৰা মুঠ 11 গৰাকীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব ৷ তেওঁলোক হৈছে- 1. চলমান উদ্দিন চৌধুৰী, 2. আমিনুৰ ৰছিদ চৌধুৰী, 3. নাজিয়া ইয়াছমিন মজুমদাৰ, 4. আব্দুছ ছাবুৰ তাপাদাৰ, 5. আনোৱাৰ হুছেইন লস্কৰ, 6. আবু ছালেহ নাজমুদ্দিন, 7. ডাঃ মহঃ ছামছু ৰহমান লস্কৰ, 8. আহাদ উদ্দিন তালুকদাৰ, 9. এছ.এম. ৱাহিদুজ্জামান, 10. জুবাইৰ আনম, 11. হাফিজ ৰছিদ আহমেদ চৌধুৰী ৷

8 নং শিলচৰ (SC. সমষ্টিৰ পৰা মুঠ 6 জনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ৷ শিলচৰৰ আবেদনকাৰী সকল- 1. অশোক বৈদ্য, 2. বিনয় কৃষ্ণ দাস, 3. নৈঋতা জয় শুক্লা, 4. সৌম্য কান্তি পুৰকায়স্থ, 5. পিযুষ কান্তি দাস, 6. সূৰ্য কান্ত শৃংখল ৷

9 নং নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ যু্ঁজখনে আটাইতকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ নগাঁৱৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকল হ’ল- 1. হৰেছা খানম, 2. ৰকিবুল হুছেইন, 3. প্ৰদ্যুৎ বৰদলৈ আৰু 4. গৌৰৱ গগৈ ৷

14 টা লোকসভা সমষ্টিৰ বাবে 82 খন আবেদন

নৱগঠিত 10 নং কাজিৰঙা সমষ্টিৰ বাবে 1. ৰ’জলীনা টিৰ্কি, 2. গোলাপ শইকীয়া, আৰু 3. গৌৰৱ গগৈ ৷

আনহাতে 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে সাতজনে আবেদন কৰিছে ৷ তেওঁলোক হৈছে- 1. অভিজিৎ হাজৰিকা, 2. হেমন্ত বিজয় মহন্ত, 3. বেণুধৰ নাথ, 4. প্ৰেমলাল গুঞ্জু, 5. ৰাম প্ৰসাদ শৰ্মা, 6. বৰ্ণালী ফুকন আৰু 7. প্ৰাণেশ্বৰ বসুমতাৰী ৷

12 লখিমপুৰ লোকসভাৰ বাবে মুঠ 5 জনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ৷ আবেদনকাৰীসকল- 1. ৰুমা দেৱী শইকীয়া, 2. ৰাণী নৰহ, 3. মহিম চন্দ্ৰ পায়েং, 4. পদ্মেশ্বৰ দলে আৰু 5. শেহতীয়াকৈ বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা ৷ 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত- 1.ৰাজু চাহু, 2. ৰাজকুমাৰ নীলানেত্ৰ নেওগ, 3. দুৰ্গা ভূমিজে আবেদন কৰিছে ৷ অৱশ্যে এই সমষ্টিটো মিত্ৰ দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক দিব বুলি ব্যাপক চৰ্চাত আছে ৷ আকৌ 14 নং যোৰহাট লোকসভা সমষ্টিত- 1. কৃষ্ণ গগৈ, 2. বনশ্ৰী গগৈ, 3. ঋতুৰাজ কোঁৱৰ, 4. মামনি ৰাজকুমাৰী, 5. গৌৰৱ গগৈ ৷ সমষ্টিৰ নাম উল্লেখ নকৰাকৈ আবেদন সংগ্ৰহ কৰিছে বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

1 নং কোকৰাঝাৰ (এছ টি) সমষ্টিৰ বাবে— 1.গৰ্জন মুছাহাৰী, 2. প্ৰঞ্জিত বসুমতাৰী ৷ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ বাবে আটাইতকৈ বেছি সংখ্যক 13 জনে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে ৷ তেঁওলোক 1. আবু তাহেৰ আলী বেপাৰী, 2. ৱাজেদ আলী চৌধুৰী, 3. আব্দুল হামিদ, 3. অমৃত বাদশা, 5. আব্দুৰ ৰছিদ মণ্ডল, 6. ছফিয়া খাটুন, 7. ডাঃ সাজিদ হুছেইন, 8. মতিউৰ ৰোহমান মণ্ডাল, 9. আব্দুল হাই নাগৰী, 10. কেৱল ছফিকুৰ ৱাজেদ, 11. আবু তাহেৰ, 12. শ্বাবনা আখতাৰ, 13. ৰচুল হক ৷

3 নং বৰপেটা সমষ্টিৰ বাবে 1. প্ৰাণজিত দাস, 2. ডাঃ মঞ্জৰুশ্ৰী পাঠক, 3. ববিতা শৰ্মা, 4. গভীৰ বায়ন, 5. ৰাতুল কলিতা, 6. ৰীতা ডেকা আৰু 7. অৰুণ কুমাৰ তিৱাৰী ৷ 4 নং দৰং-ওদালগুৰিৰ বাবে- 1. মাধব ৰাজবংশী, 2. ৰমেন চন্দ্ৰ বৰঠাকুৰ, 3. প্ৰবীণ বড়ো, 4. ছাজিয়া বেগম, 5. শ্ৰী বসন্ত দাস 6. প্ৰাণজিৎ চৌধুৰী, 7. অভিজিৎ হাজৰিকাই আবেদন কৰিছে ৷ 5 নং গুৱাহাটী লোকসভাৰ বাবে- 1. মীৰা বৰঠাকুৰ, 2. ৰমেন চন্দ্ৰ বৰঠাকুৰ, 3.দ্বিজেন্দ্ৰ নাথ শৰ্মা, 4. ৰমেশ জৈনে আবেদন কৰিছে ৷ আনহাতে 6 নং পাৰ্বত্য স্বায়ত্ত শাসিত অঞ্চল সমষ্টিৰ বাবে- 1. ক্লেং ডুন ইংতি, 2. ৰুষ্টম লেকথে, 3. ছুম ৰংহাং, 4. ৰাতুল টেৰন আৰু 5. জয়ৰাম ইংলেঙে আবেদন কৰিছে ৷ কোনে ক’ৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন জনাইছে-7 নং কৰিমগঞ্জ সমষ্টিৰ পৰা মুঠ 11 গৰাকীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব ৷ তেওঁলোক হৈছে- 1. চলমান উদ্দিন চৌধুৰী, 2. আমিনুৰ ৰছিদ চৌধুৰী, 3. নাজিয়া ইয়াছমিন মজুমদাৰ, 4. আব্দুছ ছাবুৰ তাপাদাৰ, 5. আনোৱাৰ হুছেইন লস্কৰ, 6. আবু ছালেহ নাজমুদ্দিন, 7. ডাঃ মহঃ ছামছু ৰহমান লস্কৰ, 8. আহাদ উদ্দিন তালুকদাৰ, 9. এছ.এম. ৱাহিদুজ্জামান, 10. জুবাইৰ আনম, 11. হাফিজ ৰছিদ আহমেদ চৌধুৰী ৷

9 নং নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ যুঁজখনে আটাইতকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ নগাঁৱৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকল হ’ল- 1. হৰেছা খানম, 2. ৰকিবুল হুছেইন, 3. প্ৰদ্যুৎ বৰদলৈ আৰু 4. গৌৰৱ গগৈ ৷

12 লখিমপুৰ লোকসভাৰ বাবে মুঠ 5 জনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ৷ আবেদনকাৰীসকল- 1. ৰুমা দেৱী শইকীয়া, 2. ৰাণী নৰহ, 3. মহিম চন্দ্ৰ পায়েং, 4. পদ্মেশ্বৰ দলে আৰু 5. শেহতীয়াকৈ বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা ৷

13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত- 1.ৰাজু চাহু, 2. ৰাজকুমাৰ নীলানেত্ৰ নেওগ, 3. দুৰ্গা ভূমিজে আবেদন কৰিছে ৷ অৱশ্যে এই সমষ্টিটো মিত্ৰ দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক দিব বুলি ব্যাপক চৰ্চাত আছে ৷

আকৌ 14 নং যোৰহাট লোকসভা সমষ্টিত- 1. কৃষ্ণ গগৈ, 2. বনশ্ৰী গগৈ, 3. ঋতুৰাজ কোঁৱৰ, 4. মামনি ৰাজকুমাৰী, 5. গৌৰৱ গগৈ ৷ সমষ্টিৰ নাম উল্লেখ নকৰাকৈ আবেদন সংগ্ৰহ কৰিছে বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

1 নং কোকৰাঝাৰ (এছ টি) সমষ্টিৰ বাবে— 1.গৰ্জন মুছাহাৰী, 2. প্ৰঞ্জিত বসুমতাৰী ৷

2 নং ধুবুৰী লোকসভা সমষ্টিৰ বাবে আটাইতকৈ বেছি সংখ্যক 13 জনে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে ৷ তেওঁলোক 1. আবু তাহেৰ আলী বেপাৰী, 2. ৱাজেদ আলী চৌধুৰী, 3. আব্দুল হামিদ, 3. অমৃত বাদশা, 5. আব্দুৰ ৰছিদ মণ্ডল, 6. ছফিয়া খাটুন, 7. ডাঃ সাজিদ হুছেইন, 8. মতিউৰ ৰোহমান মণ্ডাল, 9. আব্দুল হাই নাগৰী, 10. কেৱল ছফিকুৰ ৱাজেদ, 11. আবু তাহেৰ, 12. শ্বাবনা আখতাৰ, 13. ৰচুল হক ৷

3 নং বৰপেটা সমষ্টিৰ বাবে 1. প্ৰাণজিত দাস, 2. ডাঃ মঞ্জৰুশ্ৰী পাঠক, 3. ববিতা শৰ্মা, 4. গভীৰ বায়ন, 5. ৰাতুল কলিতা, 6. ৰীতা ডেকা আৰু 7. অৰুণ কুমাৰ তিৱাৰী ৷

4 নং দৰং-ওদালগুৰিৰ বাবে- 1. মাধব ৰাজবংশী, 2. ৰমেন চন্দ্ৰ বৰঠাকুৰ, 3. প্ৰবীণ বড়ো, 4. ছাজিয়া বেগম, 5. শ্ৰী বসন্ত দাস 6. প্ৰাণজিৎ চৌধুৰী, 7. অভিজিৎ হাজৰিকাই আবেদন কৰিছে ৷

5 নং গুৱাহাটী লোকসভাৰ বাবে- 1. মীৰা বৰঠাকুৰ, 2. ৰমেন চন্দ্ৰ বৰঠাকুৰ, 3.দ্বিজেন্দ্ৰ নাথ শৰ্মা, 4. ৰমেশ জৈনে আবেদন কৰিছে ৷

আনহাতে 6 নং পাৰ্বত্য স্বায়ত্ত শাসিত অঞ্চল সমষ্টিৰ বাবে- 1. ক্লেং ডুন ইংতি, 2. ৰুষ্টম লেকথে, 3. ছুম ৰংহাং, 4. ৰাতুল টেৰন আৰু 5. জয়ৰাম ইংলেঙে আবেদন কৰিছে ৷

লগতে পঢ়ক: জটিল সমীকৰণ: কোন সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে খেলিব 2024 ৰ নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.