ETV Bharat / state

1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশীঃ অনুপ চেতিয়া - 1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশী

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আলফাৰ সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া সুৰক্ষা মঞ্চ অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই ৷

হিন্দুৱেই হওক মুছলমানেই হওক বহিস্কাৰ কৰিব লাগে
author img

By

Published : Sep 6, 2019, 3:46 PM IST

Updated : Sep 6, 2019, 5:36 PM IST

  • 1951 চনক ভিত্তি বৰ্ষ বিৰোধিতা খিলঞ্জীয়া সুৰক্ষা মঞ্চ অসমৰ
  • অসমত বসবাস কৰি অহা জাতি জনগোষ্ঠীক খিলঞ্জীয়া বুলি ধৰক
  • 1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশী
  • হিন্দুৱেই হওক মুছলমানেই হওক বহিস্কাৰ কৰিব লাগে
  • হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিব নালাগে- অনুপ চেতিয়া
  • বিদেশী বুলি চিনাক্ত সকলক চৰকাৰে কি কৰিব এতিয়াই সিদ্ধান্ত লওক
    1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশী

Intro:Body:

After the formation of High power committe regarding the implementation of clause 6 of Assam Accord, The Chief cordinator of Indegenous Forum of Assam and general secratary of United Liberation of Assam ( ULFA ) Anup Chetia says, they never accept 1951 as base year to identified the indegenous people of Assam.  he clearly says ,  indegenous people are those  who have been living since 1826 in Assam and only they should get  constitutional  safegard.

Conclusion:
Last Updated : Sep 6, 2019, 5:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.