ETV Bharat / state

GNRC ত চিকিৎসাধীন CAA বিৰোধী আন্দোলনৰ শ্বহীদ চেমৰ ষ্টেফৰ্ড মাতৃ

শাৰিৰীকভাৱে অসুস্থ CAA বিৰোধী আন্দোলনত শ্বহীদ হোৱা চেম ষ্টেফৰ্ড মাতৃ । বুধবাৰে মহিলাগৰাকীৰ খবৰ লবলৈ GNRC হাস্পতালত উপস্থিত হয় ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংক কুমাৰ নাথ ।

CAA
GNRC ত চিকিৎসাধীন CAA বিৰোধী আন্দোলনৰ শ্বহীদ চেমৰ ষ্টেফৰ্ড মাতৃ
author img

By

Published : May 6, 2020, 6:39 PM IST

গুৱাহাটী, ৬ মে': অসমৰ CAA বিৰোধী আন্দোলনত শ্বহীদ হোৱা চেম ষ্টেফৰ্ডৰ মাতৃ অসুস্থ । শ্বহীদ চেম ষ্টেফৰ্ডৰ অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় GNRC হাস্পতালত । আনহাতে, পুত্ৰ শোকত দগ্ধ মহিলাগৰাকীৰ কাষত বুধবাৰে খবৰ লোৱাৰ উদ্দেশ্যৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ।

CAA
GNRC ত চিকিৎসাধীন CAA বিৰোধী আন্দোলনৰ শ্বহীদ চেমৰ ষ্টেফৰ্ড মাতৃ

শ্বহীদ চেম ষ্টেফৰ্ড মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে বুধবাৰে GNRC হাস্পতালত উপস্থিত হয় আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে সভাপতি দীপাংক কুমাৰ নাথ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.