ETV Bharat / state

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান

প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা কামৰূপৰ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Mar 1, 2019, 12:11 AM IST

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান

গুৱাহাটী,28ফেব্ৰুৱাৰীঃ গুৱাহাটী কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আমিনগাওঁত সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান। কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহন কৰি প্ৰদৰ্শন কৰে তেওঁলোকৰ ন ন আৱিষ্কাৰ ।

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক গণিত-বিজ্ঞান প্ৰদৰ্শনীত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য অতিৰিক্ত উপায়ুক্ত তথা শিক্ষা মিছন সমন্বয়ক দৰথী চুচীয়াংকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি । বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ এই আবিষ্কাৰ দেখি আপ্লুত হৈ পৰে উপায়ুক্ত গৰাকী । এই জ্ঞান মেলাত প্ৰদূষন মুক্ত সমাজ গঢ়িবলৈ হ'লে ল'ব লগীয়া কেতবোৰ আবিষ্কাৰ প্ৰদৰ্শন কৰে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে।

SLUG= AMINGAON GAYAN MELA*

SCRIPT= আমিনগাওঁত  সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা । কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহন কৰি প্ৰদৰ্শন কৰে তেওঁলোকৰ আৱিষ্কাৰ ।  কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক গণিত-বিজ্ঞান প্ৰদৰ্শনীত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য অতিৰিক্ত উপায়ুক্ত তথা শিক্ষা মিছন সমন্বয়ক দৰথী চুচীয়াংকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি । বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ এই আবিষ্কাৰ দেখি আপ্লুত হৈ পৰে উপায়ুক্ত গৰাকী । এই জ্ঞান মেলাত প্ৰদূষন মুক্ত সমাজ গঢ়িবলৈ হ'লে ল'ব লগীয়া কেতবোৰ আবিষ্কাৰ প্ৰদৰ্শন কৰে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে ।= BYTE

*VISUAL SEND BY MAIL*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.