ETV Bharat / state

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান - সৰ্বশিক্ষা

প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা কামৰূপৰ ছাত্ৰ-ছাত্ৰীৰ

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান
author img

By

Published : Mar 1, 2019, 12:11 AM IST

গুৱাহাটী,28ফেব্ৰুৱাৰীঃ গুৱাহাটী কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আমিনগাওঁত সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান। কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহন কৰি প্ৰদৰ্শন কৰে তেওঁলোকৰ ন ন আৱিষ্কাৰ ।

সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা অনুষ্ঠান

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক গণিত-বিজ্ঞান প্ৰদৰ্শনীত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য অতিৰিক্ত উপায়ুক্ত তথা শিক্ষা মিছন সমন্বয়ক দৰথী চুচীয়াংকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি । বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ এই আবিষ্কাৰ দেখি আপ্লুত হৈ পৰে উপায়ুক্ত গৰাকী । এই জ্ঞান মেলাত প্ৰদূষন মুক্ত সমাজ গঢ়িবলৈ হ'লে ল'ব লগীয়া কেতবোৰ আবিষ্কাৰ প্ৰদৰ্শন কৰে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে।

SLUG= AMINGAON GAYAN MELA*

SCRIPT= আমিনগাওঁত  সৰ্বশিক্ষা অভিযানৰ জ্ঞান মেলা । কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহন কৰি প্ৰদৰ্শন কৰে তেওঁলোকৰ আৱিষ্কাৰ ।  কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জিলা ভিত্তিক গণিত-বিজ্ঞান প্ৰদৰ্শনীত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য অতিৰিক্ত উপায়ুক্ত তথা শিক্ষা মিছন সমন্বয়ক দৰথী চুচীয়াংকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি । বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ এই আবিষ্কাৰ দেখি আপ্লুত হৈ পৰে উপায়ুক্ত গৰাকী । এই জ্ঞান মেলাত প্ৰদূষন মুক্ত সমাজ গঢ়িবলৈ হ'লে ল'ব লগীয়া কেতবোৰ আবিষ্কাৰ প্ৰদৰ্শন কৰে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে ।= BYTE

*VISUAL SEND BY MAIL*
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.