ETV Bharat / state

বাতিল হৈছে দক্ষিণ ভাৰতলৈ যোৱা আটাইবোৰ ৰেল - South Indian Connecting Train Cancelled

ফনীৰ ফলত ব্য়াহত ৰেলসেৱা ৷ উৰিষ্যা হৈ দক্ষিণ ভাৰতলৈ যোৱা সকলো ৰেল বাতিল ৷

বাতিল হৈছে দক্ষিণ ভাৰতলৈ যোৱা আটাইবোৰ ৰেল
author img

By

Published : May 4, 2019, 6:40 PM IST

গুৱাহাটী, 4 মেঃ যাত্ৰীৰ সুৰক্ষাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে বাতিল কৰিলে ৰেলসেৱা ৷ সাগৰীয় ঘূৰ্ণী বতাহ ফনীৰ বাবে দক্ষিণ ভাৰত সংযোগী সকলো ৰেলৰ চলাচল বাতিল কৰা হৈছে ৷ বৰ্তমানলৈকে দক্ষিণ ভাৰত সংযোগী ২০খন ৰেল বাতিল কৰা হৈছে ।

প্ৰণৱজ্যোতি মহন্ত

উৰিষ্যা হৈ যাবলগীয়া আটাইবোৰ ৰেলৰ চলাচল বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱে ৷ ফনীৰ ফলত সংঘটিত হোৱা ক্ষতিৰ বাবেই এইদৰে বাতিল কৰা হৈছে ৰেলসেৱা ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জ্ঞনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ৷

Intro:ওড়িশা হৈ দক্ষিণ ভাৰতলৈ যোৱা আটাইবোৰ ৰেল বাতিল।

ফণীৰ ফলত বহু ৰেল লাইন তথা প্লেটফৰ্ম ক্ষতিসাধন হোৱা বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এই সিন্ধান্ত।

বৰ্তমানলৈ ২০খন ৰেল বাতিল কৰা হৈছিল।

যাত্ৰী সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগে লৈছে কেতবোৰ বিশেষ সিন্ধান্ত।Body:ইফালে সাধাৰণ ৰেল সমূহৰ চলাচল অব্যাহত আছে বুলি জনায় উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই।Conclusion:Hirul Haque..guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.