ETV Bharat / state

Assam Budget Session 2023: তিনি এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল

৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল ৷ বিধানসভাৰ ৩ এপ্ৰিলৰ সকলো কাৰ্যসূচী ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ৷ পূৰ্বৰ সূচী অনুসৰি বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আছিল ৫ এপ্ৰিল (Proceedings of April 3 2023 Assembly cancelled) ৷

author img

By

Published : Mar 30, 2023, 2:31 PM IST

Cancelled Assam Assembly Budget Session
বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল

গুৱাহাটী, 30 মাৰ্চ: ৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ছ যোৱা ২৯ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত অসম বিধানসভাৰ Buisness advisory committee ( BAC) ৰ বৈঠকত ৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে (Assam Budget Session 2023) ৷

অনিবাৰ্য কাৰণবশতঃ Business advisory committee ( BAC) ৰ বৈঠকত ৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷ যোৱা ২৯ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত অসম বিধানসভাৰ Business advisory committee ( BAC) বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে বিধানসভাৰ ৩ এপ্ৰিলৰ সকলো কাৰ্যসূচী ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব (All proceedings of April 3 2023 Assembly cancelled) ৷

উল্লেখ্য যে পূৰ্বৰ সূচী অনুসৰি বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আছিল ৫ এপ্ৰিল ৷ এতিয়া Business advisory committee ( BAC) ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ৬ এপ্ৰিল পৰ্যন্ত বৃদ্ধি পাব চলিত বিধানসভাৰ বাজেট অধিৱেশন (Cancelled Assam Assembly Budget Session) ৷

উল্লেখযোগ্য যে, বিধানসভাত ৩১ মার্চত আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে ৷ আনহাতে ৩ এপ্ৰিলত বিধানসভা অধিৱেশনত প্ৰশ্নোত্তৰ শিতান আৰু চৰকাৰৰ ৰৈ যোৱা বিধেয়কসমূহ গৃহীত কৰাৰ কাৰ্যসূচী আছিল ৷ এতিয়া যোৱা ২৯ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত অসম বিধানসভাৰ Buisness advisory committee ( BAC) ৰ বৈঠকত ৩ এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ পিছত ৩ এপ্ৰিলত বিধানসভা অধিৱেশনত প্ৰশ্নোত্তৰ শিতান আৰু চৰকাৰৰ ৰৈ যোৱা বিধেয়কসমূহ গৃহীত কৰাৰ কাৰ্যসূচীসমূহ ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ৷

৫ এপ্ৰিলত বিধানসভা অধিৱেশত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অৰ্থাৎ আজি প্ৰশ্নোত্তৰ শিতানেৰে বিধানসভাৰ অধিৱেশন আৰম্ভ হয় ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শিক্ষা বিভাগৰ‌ বিভিন্ন প্ৰশ্নোত্তৰেৰে বিধানসভাৰ অধিবেশন আৰম্ভ হয় ৷

লগতে পঢ়ক:Assam Assembly Budget Session 2023 : বিধানসভাত ৰকিবুল-হিমন্তৰ খণ্ড যুদ্ধত বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.