ETV Bharat / state

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু - গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৷ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবেই গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু কৰে ছাত্ৰ সংগঠনটোৱে ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Sep 4, 2019, 9:19 PM IST

গুৱাহাটী, 4 ছেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ গুৱাহাটীৰ লতাশিল থানাত হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে ৷

বুধবাৰে গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু হয় প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৷ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৷ এইক্ষেত্ৰই হাজেলাই গাফিলতি আৰু মইমতালি কৰি এইসকল খিলঞ্জীয়া লোকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে ৷ সকলোধৰণৰ আৰু শুদ্ধ নথি প্ৰদান কৰাৰ পিচটো এইসকল লোকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নোহোৱাটো হাজেলাৰ বাবেই সংঘটিত হৈছে ৷ সেইবাবেই সকলো দিশ চালি-জাৰি চাই উচিত তদন্ত কৰিবলৈ লতাশিল থানাত গোচৰ ৰুজু কৰে সংগঠনটোৱে ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু

উল্লেখ্য যে, আগষ্টৰ 31 তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছিল 3 কোটি 11 লাখ 21 হাজাৰ 4 জনৰ নাম ৷ আনহাতে তালিকাৰ পৰা বাদ পৰিছিল 19 লাখ 6 হাজাৰ 657 জনৰ নাম ৷ আনহাতে তালিকাৰ পৰা নাম বাদ পৰা অধিকাংশই খিলঞ্জীয়াই নাগৰিক ৷

Intro:প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

Body:এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে বুধবাৰে লতাশিল থানাত এজাহাৰ দাখিল কৰে। সদ্য প্ৰকাশিত নাগৰিক পঞ্জিত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই। হাজেলাই এইক্ষেত্ৰত গাফিলতি আৰু মই-মতালি কৰি খিলঞ্জীয়া লোকৰ সকলো ধৰণৰ শুদ্ধ নথিপত্ৰ থকাৰ পিছতো এইসকল লোকৰ নাম চূড়ান্ত নাগৰিক পঞ্জিত অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী উত্থাপন কৰে। গতিকে সমগ্ৰ দিশটো চালি জাৰি চাই উচিত তদন্ত কৰাৰ বাবে এই সম্পৰ্কে লতাশিল থানাত এজাহাৰ দাখিল কৰে সম্পাদক গৰাকীয়ে।

Byte Assames and Hindi

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.