গুৱাহাটী,16 মেঃ ৰাজ্যত পুনৰ চিনাক্ত দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি । দুয়োগৰাকীয়ে ফাঁচী বজাৰৰ আলু গুদাম ঘটনাৰ সৈতে জড়িত । স্বস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ।
-
Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.
— Himanta Biswa Sarma (@himantabiswa) May 16, 2020 " class="align-text-top noRightClick twitterSection" data="
↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2
Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3
">Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.
— Himanta Biswa Sarma (@himantabiswa) May 16, 2020
↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2
Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.
— Himanta Biswa Sarma (@himantabiswa) May 16, 2020
↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2
Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3
ইয়াৰ পিছতেই ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 91 জনলৈ বৃদ্ধি হয় । এইপৰ্যন্ত 41 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মত্যু হৈছে দুগৰাকীকৈ লোকৰ ।
লগতে পঢ়ক-গ্ল'ৱেল কোভিড 19 ট্ৰেকাৰ