ETV Bharat / state

ৰাজ্যত পুনৰ দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

author img

By

Published : May 16, 2020, 1:14 PM IST

ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 91 জনলৈ বৃদ্ধি । এইপৰ্যন্ত 41 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ ।

2 more corona positive in Assam
ৰাজ্যত পুনৰ দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

গুৱাহাটী,16 মেঃ ৰাজ্যত পুনৰ চিনাক্ত দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি । দুয়োগৰাকীয়ে ফাঁচী বজাৰৰ আলু গুদাম ঘটনাৰ সৈতে জড়িত । স্বস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ।

  • Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.

    ↗️Total cases 91
    ↗️Recovered 41
    ↗️Active cases 46
    ↗️Deaths 2
    ↗️Migrated 2

    Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3

    — Himanta Biswa Sarma (@himantabiswa) May 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পিছতেই ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 91 জনলৈ বৃদ্ধি হয় । এইপৰ্যন্ত 41 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মত্যু হৈছে দুগৰাকীকৈ লোকৰ ।

লগতে পঢ়ক-গ্ল'ৱেল কোভিড 19 ট্ৰেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.