ETV Bharat / state

কমলপুৰৰ দ'লমাত কৰ্মৰত শ্ৰমিকৰ মৃত্যু - তফিক আলী

বৃহস্পতিবাৰে পুৱতি নিশা কৰ্মৰত অৱস্থাত ইক' টেক্ পেপাৰ্চ মিলত এগৰাকী শ্ৰমিকৰ মৃত্যু হয়৷ শ্ৰমিক গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি উদ্যোগ কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই তফিক আলীয়ে অকাল মৃত্যুক আকোঁৱালি লয় ।

kamalpur paper mill
গুৱাহাটী
author img

By

Published : Dec 26, 2019, 7:07 PM IST

গুৱাহাটী, 26 ডিচেম্বৰঃ বৃহস্পতিবাৰে পুৱতি নিশা ইক' টেক্ পেপাৰ্চ মিলত কৰ্মৰত অৱস্থাত এগৰাকী শ্ৰমিকৰ মৃত্যু হয় ৷ উদ্যোগটোৰ ওপৰৰ পৰা শ্ৰমিকজনৰ গাত কাৰ্টন পৰাত কৰুণ মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয় ৷ নিহত শ্ৰমিক গৰাকী কমলপুৰৰ তৌফিক আলী বুলি জানিব পৰা গৈছে ।

কমলপুৰত কৰ্মৰত শ্ৰমিকৰ মৃত্যু

বৃহস্পতিবাৰে পুৱতি নিশা কৰ্মৰত অৱস্থাত গধুৰ কাৰ্টনে শ্ৰমিকজনৰ বুকু আৰু মূৰত প্ৰচণ্ড জোৰে আঘাত কৰাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় শ্ৰমিক গৰাকীৰ ৷ নিহত শ্ৰমিক গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি উদ্যোগ কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই তফিক আলীয়ে অকাল মৃত্যুক আকোঁৱালি লয় ।

লগতে পঢ়ক - আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

Intro:কমলপুৰৰ দ'লমাত অঘটন। ইক' টেক্ পেপাৰ্চ মিলত কৰ্মৰত শ্ৰমিকৰ মৃত্যু । কৰ্মৰত অৱস্থাত উদ্যোগটোৰ ওপৰৰ পৰা কাৰ্টন পৰি এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু । নিহত শ্ৰমিক গৰাকী কমলপুৰৰ তৌফিক আলী (৪০ )। আজি পুৱতি নিশা কৰ্মৰত অবস্থাত গধুৰ কাৰ্টনে বুক আৰু মুৰত প্ৰচণ্ড জোৰে আঘাত কৰে শ্ৰমিক গৰাকীক। গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কৰুণ মৃত্যু ক আকোৱালি লয় দৰিদ্ৰ শ্ৰমিক গৰাকীক । যাৰ বাবে এতিয়া কান্দোনৰ ৰোল উঠিছে শ্ৰমিক গৰাকীৰ বাসগৃহত। পৰিয়ালৰ অভিযোগ উদ্যোগ কৰ্ত্তৃপক্ষৰ হেমাহিৰ বাবেই অকাল মৃত্যুক আকোৱালি লয় তফিক আলীয়ে।
Byte:---
Byte:--- Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.