ETV Bharat / state

যোৰহাটত যুৱ প্ৰাৰ্থীঃ কি ভাৱে যুৱ প্ৰজন্মই? - তপন কুমাৰ গগৈ

নিৰ্বাচনৰ সময়ত ভোটাৰক জনাৰ্দন আখ্যা দিয়া নেতাসকলেই ৰজা হোৱাৰ পাছত জনাৰ্দন সদৃশ ভোটাৰ সকলক অৱজ্ঞা কৰা,নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত পৰিব বুলিও মত প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ ভোটাৰসকলে । পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ যুৱসমাজে আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কে মন্তব্য কৰে এনেদৰে ।

যোৰহাট লোকসভা সমষ্টিত দুজন যুৱ নেতাৰ মাজত সমুখ-সমৰ
author img

By

Published : Apr 2, 2019, 10:55 AM IST

টীয়ক,২ এপ্ৰিলঃ দেশৰ প্ৰগতিৰ বাবে ৰাজনীতিৰ সমীকৰণ বুজাৰ সময় আহি পৰিছে যুৱপ্ৰজন্মই ।আগন্তুক লোকসভা নিৰ্বাচনত যুৱ ভোটাৰে কেনে ভূমিকা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব । যোৰহাট সংসদীয় সমষ্টিত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ যুৱ নেতা সুশান্ত বৰগোহাঁই দুয়োগৰাকী যুৱ নেতা হোৱাৰ বাবে স্বাভাৱিকতে যুৱ প্ৰজন্মই ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত দলৰ তুলনাত প্ৰাৰ্থীৰ ব্যক্তিত্বক প্ৰাধান্য দিব বুলি জানিবলৈ দিছে একাংশ যুৱ ভোটাৰে ।

Intro:Body:নিৰ্বাচনত যুৱ ভোটাৰে কি ভূমিকা গ্ৰহণ কৰিব
TEOK:দেশ প্ৰগতিৰ বাবে ৰাজনীতিৰ সমীকৰণ বুজাৰ সময় আহি পৰিছে যুৱপ্ৰজন্মই।বিশেষকৈ এই প্ৰজন্মই সজ চিন্তাৰে যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰিলেহে ভৱিষ্যতে দেশৰ উন্নতি সাধনৰ পথ সুগম হ'ব।সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত যুৱ ভাটাৰে কেনে ভূমিকা গ্ৰহণ কৰিব সেইয়া লক্ষ্যণীয় হ'ব ।বিশেষকৈ যোৰহাট সংসদীয় সমষ্টিত বিজেপি মিত্ৰ যোঁটৰ প্ৰাৰ্থী তথা একালত ছাত্ৰ সন্হাৰ মজিয়াত দপদপাই থকা তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ প্ৰভাৱশালী যুৱকংগ্ৰেছী নেতা সুশান্ত বৰগোহাঁই দুয়োগৰাকী যুৱ নেতা হোৱাৰ বাবে স্বাভাৱিকতে যুৱ প্ৰজন্মই ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত পাৰ্টিৰ তুলনাত প্ৰাৰ্থীৰ ব্যক্তিত্বক প্ৰাধান্য দিব সেইয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে ।নিৰ্বাচনৰ সময়ত ভোটাৰক জনাৰ্দন আখ্যা দিয়া নেতাসকলেই ৰজা হোৱাৰ পাছত জনাৰ্দন সদৃশ ভোটাৰ সকলক অবজ্ঞা কৰা,নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত পৰিব বুলিও মত প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ ভোটাৰ সকলে ।পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ যুৱসমাজে আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কে কেমেৰাৰ আগত এনেদৰে মন্তব্য কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.