ETV Bharat / state

টীয়কত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিজেপি কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Oct 13, 2020, 6:01 PM IST

বিশেষকৈ দৰিদ্ৰ জনতাৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভূক্ত নোহোৱাৰ ক্ষোভত মঙলবাৰে টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৱাৰ্ডটোৰ বিজেপিৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

teok-bjp-protest
টীয়কত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিজেপি কৰ্মীৰ প্ৰতিবাদ

টীয়ক, 13 অক্টোবৰ : কেন্দ্ৰ আৰু ৰাজ্যতো বিজেপি নেতৃত্বাধীন চৰকাৰ । তাৰ পাছতো যোৰহাট জিলাৰ টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ ৷ টীয়ক সমষ্টিৰ মধ্য টীয়ক গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ এই সকল বিজেপি কৰ্মীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

বৰ্তমান টীয়কৰ বিধায়িকাগৰাকী অগপৰ,পঞ্চায়তখনৰ সভাপতি কংগ্ৰেছৰ আৰু ৱাৰ্ডটোৰ সদস্যগৰাকী অগপৰ হোৱাৰ হেতুকে উক্ত ৱাৰ্ডটোৰ বিজেপিৰ কৰ্মীসকল চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে। সেয়ে বিশেষকৈ দৰিদ্ৰ জনতাৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱাৰ ক্ষোভত মঙলবাৰে টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৱাৰ্ডটোৰ বিজেপিৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: পাণ্ডুৰ বিকি সূত্ৰধৰৰ হত্যাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.