ETV Bharat / state

টীয়কত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন

দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন কৰা হয় ৷ টীয়ক তেলিয়া গাঁৱৰ ন-মাটি নামঘৰত উদযাপিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো ৷

author img

By

Published : May 25, 2019, 5:01 PM IST

টীয়কত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন

টীয়ক,25 মে' টীয়ক তেলিয়া গাঁৱৰ সমূহ ৰাইজৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন কৰা হয় ৷ টীয়ক তেলিয়া গাঁৱৰ ন-মাটি নামঘৰত উদযাপিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ টীয়ক নগৰৰ মাজমজীয়াৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে উলিওৱা এই শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰি ভক্তি নামেৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিবেশ । এই পবিত্ৰ ক্ষণত নামঘৰত চাকি ধূপ জ্বলাই নাম কীৰ্ত্তন কৰি গুৰুজনাৰ চৰণত সেৱা লয় ভক্ত সকলে ৷

Intro:Body:টীয়কত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন
TEOK:টীয়ক তেলিয়া গাঁৱৰ সমূহ ৰাইজৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ ভাগি টীয়ক তেলিয়া গাঁৱৰ ন-মাটি নামঘৰত উলহ মালহে উদযাপন কৰা হয়।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়।টীয়ক নগৰৰ মাজমজীয়াই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে উলিওৱা এই শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰি ভক্তি নামেৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিবেশ।এই পবিত্ৰ ক্ষণত নামঘৰত চাকি ধূপ জ্বলাই নাম কীৰ্ত্তন কৰি গুৰুজনাৰ চৰণত সেৱা লয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.