ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন

ক’ভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব-ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে ৷ কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান ৷

author img

By

Published : Aug 14, 2020, 4:36 PM IST

Updated : Aug 14, 2020, 4:48 PM IST

plasama donate at jorhat medical college hospital covid patients
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন

যোৰহাট,14 আগষ্টঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে এক প্লাজমা দান শিবিৰ ৷ উক্ত শিবিৰত কৰ'ণা যুদ্ধত জয়ী হোৱা ৫৩ গৰাকী লোকে স্ব-ইচ্ছাৰে প্লাজমা দান কৰে ৷ এনেদৰে আৰু বহু ক’ভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব- ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে ৷ কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান প্লাজমা দানৰ জৰিয়তে আৰু বহু কৰ'ণা ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব পাৰে ৷

শুকুৰবাৰে আয়োজন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী যোগেন মহন,সাংসদ কামাখ্যা তাচা,কামাখ্যা দাসকে ধৰি ভালে সংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া ৷

লগতে পঢ়কঃ টীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট

Last Updated : Aug 14, 2020, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.