ETV Bharat / state

যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ - যোৰহাট

৮ জুন তাৰিখৰ নিশা যোৰহাটৰ বালিগাঁও অঞ্চলত গাঁৱত ভাওনা হোৱাৰ সুযোগতে চোৰে লুটি নিয়ে ৫ টাকৈ পৰিয়ালৰ সম্পত্তি, নগদ ৭ লাখ টকা আৰু বিভিন্ন সা-সম্পত্তি ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ৩ টাকৈ চোৰক কৰায়ত্ত কৰিছে যদিও 1 টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে আৰক্ষীৰ হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল মহিলা ।

যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ
author img

By

Published : Jun 19, 2019, 2:46 PM IST

যোৰহাট,19জুনঃ বুধবাৰে যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল একাংশ মহিলা ৷ 'অসম পুলিচ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷ কিছুদিন পূৰ্বে হোৱা চুৰি ঘটনাৰ উচিত তদন্ত বিচাৰি আৰু আৰক্ষীৰ হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল এইসকল মহিলা ।

যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

উল্লেখ্য যে যোৱা ৮ জুন তাৰিখৰ নিশা যোৰহাটৰ বালিগাঁও অঞ্চলত গাঁৱত ভাওনা হোৱাৰ সুযোগতে চোৰে লুটি নিয়ে ৫ টাকৈ পৰিয়ালৰ সম্পত্তি, নগদ ৭ লাখ টকা আৰু বিভিন্ন সা-সম্পত্তি ৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে ৩ টাকৈ চোৰক কৰায়ত্ত কৰিছে । কিন্তু বৃহত্তৰ বালিগাঁও বাসীৰ দাবী আৰক্ষীয়ে উপযুক্ত তদন্ত কৰা নাই, যাৰফলত এতিয়াও 1 টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । যাৰবাবে বুধবাৰে বৃহত্তৰ বালিগাঁৱৰ শতাধিক মহিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰে ।

আৰক্ষী অধীক্ষক কায্যলয় ঘেৰাও মহিলাৰ।।চুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি এই প্ৰতিবাদ।।

চুৰ পুলিচৰ মিতিৰালি নচলিব।।অসম পুলিচ মুৰ্দাবাদ ধ্বনীৰে উত্তাল যোৰহাট আৰক্ষী অধীক্ষকৰ কায্যলয়।।উল্লেখযোগ্য যে যোৱা ৮ জুন তাৰিখৰ নিশা যোৰহাটৰ বালিগাও অঞ্চলত গাৱৰ ভাওনা হোৱাৰ সুযোগতে চুৰে লুটি নিয়ে ৫ টাকৈ পৰিয়ালৰ সম্পত্তি।নগদ ৭ লাখ।টকা আৰু বিভিন্ন সা-সম্পত্তি লোট কৰি নিয়া চুৰি ঘটনাটো ইতিমধ্যে আৰক্ষীয়ে ৩ জন চুৰক গ্ৰেপ্তাৰ কৰিছে।কিন্তু বৃহত্তৰ বালিগাও বাসীৰ দাবী আৰক্ষীয়ে উপযুক্ত তদন্ত কৰা নাই, যাৰফলত এতিয়া ও চুৰৰ প্ৰকৃত দল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।সেই বাবেই আজি বৃহত্তৰ বালিগাওৰ শতাধিক মহিলাই আৰক্ষী অধীক্ষক ৰ কায্যলয় ঘেৰাও কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.