ETV Bharat / state

যোৰহাটৰ ৰাজপথত NSUI ৰ প্ৰতিবাদ - NSUI ৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে যোৰহাট জিলা NSUIএ শুকুৰবাৰে চহৰখনৰ তেল ডিপোৰ কাষত ক্ৰিকেট খেলি চেঞ্চুৰী কোবাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

NSUI protest on streets of Jorhat
যোৰহাটৰ ৰাজপথত NSUI ৰ প্ৰতিবাদ
author img

By

Published : Jun 11, 2021, 10:42 PM IST

যোৰহাট, 11 জুন: যোৰহাটৰ ৰাজপথত জিলা NSUIৰ অভিনৱ প্ৰতিবাদ ৷ মহামাৰীৰ সংহাৰৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ ভাল দিনৰ শ্ল'গান দিয়া কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱাত যোৰহাট জিলা NSUIয়ে শুকুৰবাৰে চহৰখনৰ তেল ডিপোৰ কাষত ক্ৰিকেট খেলি চেঞ্চুৰী কোবাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

NSUI protest on streets of Jorhat
যোৰহাটৰ ৰাজপথত NSUI ৰ প্ৰতিবাদ

সংগঠনটোৰ দাবী কৰে যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত যি হাৰত পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে, এতিয়া ভাল দিনৰ সপোনটো বাদেই সাধাৰণ জনতাই নাখাই মৰিব লাগিব ৷

NSUI protest on streets of Jorhat
যোৰহাটৰ ৰাজপথত NSUI ৰ প্ৰতিবাদ

যদি বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব নোৱাৰে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পদত্যাগ কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক:এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.