ETV Bharat / state

টীয়কত আলি আয়ে লিগাঙৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Feb 17, 2020, 9:05 AM IST

Updated : Feb 17, 2020, 9:47 AM IST

মিছিং জনগোষ্ঠীৰ লোকসকলৰ অন্যতম উৎসৱ আলি আয়ে লিগাঙলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি ৷ বিভিন্ন প্ৰান্তত মিছিং লোকসকলে অব্যাহত ৰাখিছে পৰম্পৰাগত নৃত্যৰ অনুশীলন ৷

JORHAT TEOK ALI LIGANG PREPARATION ASSAM ETV BHARAT  NEWS
টীয়কত আলি আয়ে লিগাঙৰ ব্যাপক প্ৰস্তুতি

টীয়ক, 17 ফেব্ৰুৱাৰীঃ মিছিং জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰি আহিছে আলি আই লিগাং। এইবাৰো ব্যতিক্ৰম নহয় তাৰ। আলি আই লিগাঙলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত এতিয়া ৰাজ্যৰ মিছিং গাঁও সমূহত এই উৎসৱ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । যোৰহাট জিলাৰ টীয়কৰ সোনাৰী মিছিং গাঁৱৰ ডেকা-গাভৰু,বোৱাৰী ব্যস্ত আলি আয়ে লিগাঙৰ প্ৰস্তুতিত । ইয়াৰ বাবে পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰাৰ সামন্তৰালকৈ ডেকা-গাভৰু সকল ব্যস্ত ঐনিতম,গুমৰাগৰ আখৰাত । চাওক টীয়কৰ পৰা আমাৰ এক প্ৰতিবেদন

আলি আয়ে লিগাঙলৈ মাজত মাত্ৰ এটা দিন
লগতে চাওকঃ হিন্দী ভাষাত মহাপুৰুষৰ জীৱন ভিত্তিক নাট প্ৰদৰ্শন

Last Updated : Feb 17, 2020, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.