মেষ ৰাশি : দিনটো মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক, কাৰণ ইয়াৰ প্ৰভাৱ জীৱনত পৰিব ৷ পৰচৰ্চা নকৰিব ৷ কৰ্মত সফল ৷
বৃষ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ হানিকাৰক আলোচনা বা পৰচৰ্চা নকৰিব ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ জীৱনত ভাল বন্ধু লাভ ৷ ভাল পথত চলক ৷ লক্ষ্যত সফল ৷ দিনটো প্ৰায় ভাল হʼব ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ চিন্তাধাৰাবোৰ ভাল ৷ প্ৰশংসা লাভ ৷
সিংহ ৰাশি : দিনটো প্ৰায় ৷ লক্ষ্যত প্ৰায় সফল ৷ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ পৰিণাম পাব ৷ প্ৰশংসা লাভ ৷
কন্যা ৰাশি : দিনটো শুভ ৷ কর্মত প্ৰায় সফল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ সৌন্দৰ্য চৰ্চা কৰক ৷
তুলা ৰাশি : দিনটো প্ৰায় সফল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব ৷ পদোন্নতিৰ যোগ ৷
বৃশ্চিক ৰাশি : দিনটো শুভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ ব্যৱসায়ত ধৈৰ্য নেহেৰুৱাব । কঠোৰ পৰিশ্ৰমৰ ফলত আনন্দিত ফল লাভ হʼব ৷
ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰা পৰামর্শ লওক, সেই পৰামর্শ ভাল হʼব ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল হʼব ৷
মকৰ ৰাশি : দিনটো প্ৰতিদিনৰ দৰে একেই ৷ যুক্তিৰে যুঁজিবলৈ চেষ্টা কৰিব ৷ মাজে সময়ে দিনটো খেলিমেলি হʼব পাৰে ৷ ভাল কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷
কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ বহু ব্যক্তি সৈতে সংযোগ স্থাপন হʼব ৷ পছন্দৰ কাম কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷
মীন ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷