ETV Bharat / state

মৰিয়নীৰ ভোগদৈ নৈত SDRF বাহিনীৰ অভিযানঃ সন্ধানহীন এজন কিশোৰ

মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ড বিৰলা কলনীৰ নিবাসী ৰামা ৰাওৰ ১৫বছৰীয়া পুত্ৰ গোবিন্দ ৰাও তেওঁৰ দুজন সমনীয়াৰ লগত মঙলবাৰে ভোগদৈ নৈ লৈ গৈছিল। নৈত গা ধুই খেলি থকা অৱস্থাত গোবিন্দ ৰাওৰ সলিল সমাধি ঘটিছিল।

author img

By

Published : Oct 30, 2019, 3:14 PM IST

মৰিয়নীৰ ভোগদৈ নৈত SDRF বাহিনীৰ অভিযানঃ সন্ধানহীন এজন কিশোৰ

মৰিয়নী,30 অক্টোবৰঃ যোৰহাটৰ মৰিয়নীৰ ভোগদৈ নৈত SDRF বাহিনীৰ জোৰদাৰ অভিযান। বৰ্তমানেও উদ্ধাৰ হোৱা নাই সলিল সমাধি ঘটা কিশোৰৰ। মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ড বিৰলা কলনীৰ নিবাসী ৰামা ৰাওৰ ১৫বছৰীয়া পুত্ৰ গোবিন্দ ৰাও তেওঁৰ দুজন সমনীয়াৰ লগত মঙলবাৰে ভোগদৈ নৈ লৈ গৈছিল। নৈত গা ধুই খেলি থকা অৱস্থাত গোবিন্দ ৰাওৰ সলিল সমাধি ঘটিছিল। স্থানীয় লোকে এই সন্দৰ্ভত মৰিয়নী আৰক্ষীক অৱগত কৰিছিল যদিও ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পাছতো কিশোৰজনক উদ্ধাৰৰ বাবে আৰক্ষী বা প্ৰশাসনে কোনোধৰণৰ প্ৰদক্ষেপ নোলোৱাত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

JORHAT SDRF RESCUE OPERATION IN BHUGDOI RIVER  ASSAM
SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত

ইয়াৰ পাছতে যোৰহাটৰ SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰজনৰ সন্ধানত ভোগদৈ নৈত নামে যদিও নিশা হোৱাত তেওঁলোকৰ অভিযান সিমানতে স্থগিত ৰাখিবলগীয়া হয়। পুনৰ বুধবাৰে পুৱাৰে পৰা SDRFৰ কেইবাজনো ডুবাৰোৱে ভোগদৈ নৈত কিশোৰজনৰ সন্ধানত উদ্ধাৰ অভিযানত নামে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

লগতে চাওকঃ হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

Intro:SDRF R OVIJAN

মৰিয়নী ভোগদৈ নৈত SDRF বাহিনীৰ জোৰদাৰ অভিযান। বৰ্তমানেও উদ্ধাৰ হোৱা নাই সলিলি সমাধি ঘটা কিশোৰৰ।

মৰিয়নী 2 নম্বৰ ৱাৰ্ড বিৰলা কলনীৰ নিবাসী ৰামা ৰাওৰ ১৫বছৰীয়া পুত্ৰ গোবিন্দ ৰাও তেওঁৰ দুজন সমনীয়াৰ লগত কালি ভোগদৈ নৈ লৈ আহিছিল। নৈত গা ধুই খেলি থকা অৱস্থাত গোবিন্দ ৰাওৰ সলিলি সমাধি ঘটিছিল। স্থানীয় লোকে এই সন্দৰ্ভত মৰিয়নী আৰক্ষীক অৱগত কৰাইছিল। যদিও ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পাছতো কিশোৰ জনৰ উদ্ধাৰৰ বাবে আৰক্ষী বা প্ৰশাসনে কোনোধৰণৰ প্ৰদক্ষেপ নোলোৱাত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰপাছতে যোৰহাটৰ SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰ জনৰ সন্ধানত নামে যদিও নিশা হোৱাত তেওঁলোকৰ অভিযান সিমানতে স্থগিত ৰাখে। আজি পুৱাৰে পৰা SDRF ৰ কেইবাজনো ডুবাৰোৱে পুৱাৰ পৰা ভোগদৈ নৈত কিশোৰ জনৰ উদ্ধাৰ অভিযানত নামে এই পৰ্য্যন্ত কোনোধৰন সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

RANJIT BORAH
MARIANIBody:SDRF R OVIJAN

MARIANIConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.