ETV Bharat / state

নৱবৰ্ষৰ আৰম্ভণিতে মুকলি হ'ব যোৰহাট ন-আলিৰ উৰণীয়া সেঁতু : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Oct 5, 2020, 5:28 PM IST

যোৰহাটবাসীৰ বাবে সু-খবৰ ৷ 2021 বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা হ'ব ন-আলিৰ উৰণীয়া সেঁতু ৷

Jorhat NaAli Fly Over Bridge will be opened at the beginning of the new year.
নৱবৰ্ষৰ আৰম্ভণিতে মুকলি কৰা হ'ব যোৰহাট ন-আলিৰ উৰণীয়া সেঁতু

যোৰহাট, 5 অক্টোবৰ : আগন্তুক নৱবৰ্ষত মুকলি কৰা হ'ব যোৰহাট জিলাৰ ন-আলিৰ উৰণীয়া সেঁতু । ইতিমধ্যে, 40 শতাংশ সম্পূৰ্ণ হৈছে সেঁতুখনৰ কাম ৷ সোমবাৰে উৰণীয়া সেঁতু নিৰ্মাণ কাম পৰ্যবেক্ষণ কৰি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

উৰণীয়া সেঁতু পৰ্যবেক্ষণৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্বই জনোৱা অনুসৰি, যোৰহাটৰ নিৰ্মাণ হ'ব আন এখন উৰণীয়া সেঁতু । যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ যোৱা পথত নিৰ্মাণ হ'ব নতুন উৰণীয়া সেঁতুখন ।

লগতে পঢ়ক : বৰপেটাত মটৰ পৰিৱহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.