ETV Bharat / state

যোৰহাটত 21 এপ্ৰিলৰ পৰা জৰুৰীকালীন প্ৰতিষ্ঠানহে খুলিব পাৰিব - ৰমজান মাহৰ প্ৰতি

২১ এপ্ৰিলৰ পৰা যোৰহাটত জৰুৰীকালীন প্ৰতিষ্ঠানহে মুকলি হ'ব, সাধাৰণ দোকান পোহাৰ মুকলি নহয় এই কথা জনালে জিলা উপায়ুক্তই ৷

jorhat-deputy-commisoner-version-about-open-market
যোৰহাটত 21 এপ্ৰিলৰ পৰা জৰুৰীকালীণ প্ৰতিষ্ঠানহে খোলিব পাৰিব
author img

By

Published : Apr 20, 2020, 4:57 PM IST

যোৰহাট 20 এপ্ৰিল :দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সযয়সীমা ৩ মে'লৈকে অব্যাহত থাকিব ৷ সেই সময়তে জনসাধাৰণৰ মাজত প্ৰচাৰ হৈছে এটা ভুৱা বাতৰি ৷ ২১ এপ্ৰিলৰ পৰা সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান পুনৰ মুকলি হ'ব প্ৰকাশ পাইছে ভুৱা বাতৰিটোত । যোৰহাট জিলা উপায়ুক্ত ৰশ্নী অপাৰেন্জী কৰাটীয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে ২১ এপ্ৰিলৰ পৰা লক ডাউনৰ নীতি নিয়ম সম্পূৰ্ণ ৰূপত অব্যাহত থাকিব। জৰুৰীকালীন সামগ্ৰীৰ বাহিৰে বাকী সকলো প্ৰতিষ্ঠান বন্ধ থাকিব ৩ মে'লৈকে ৷

যোৰহাটত 21 এপ্ৰিলৰ পৰা জৰুৰীকালীণ প্ৰতিষ্ঠানহে খোলিব পাৰিব

কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে নতুনকৈ নিয়ম নিৰ্দ্ধাৰণ নকৰে তেতিয়া লৈকে মাছ,মাংসৰ দোকান সমূহে ঘৰে ঘৰে যোগান ধৰিব পাৰিব গ্ৰাহকক। আনহাতে অহা ২৩ এপ্ৰিলৰ পৰা পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব,মুছলমান ধৰ্মীয় লোকসকলে ৰাজহুৱা ভাৱে নামাজ বা একে লগে গোট খাব নোৱাৰিব বুলি সদৰি কৰে ৷ ইপিনে জিলা প্ৰশাসনে ৰমজান মাহৰ প্ৰতি লক্ষ্য ৰাখি সকলো মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত ঘৰে ঘৰে ফলমূল বিতৰণ ব্যৱস্থা কৰিব বুলি জনায় ৷
লগতে পঢকঃ নামনি অসমত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.