ETV Bharat / state

গৰু বিহু : ভোগদৈ নৈত গৰু গা ধুৱালে যোৰহাটবাসীয়ে

যোৰহাটত উলহ-মালহেৰে সামুহিকভাৱে গৰু বিহু উদযাপন ৷ ঐতিহাসিক মইনামাজী গাঁৱৰ ৰাইজে ভৌগদৈ নৈত গৰুক মাহ-হালখিৰে গা ধুৱাই বিহুৰ পৰম্পৰা ৰক্ষা কৰে ৷

goru bihu
যোৰহাটত গৰু বিহু
author img

By

Published : Apr 14, 2021, 10:41 AM IST

যোৰহাট,14 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উলহ-মালহেৰে সমূহীয়াকৈ উদযাপন কৰা হৈছে গৰু বিহু ৷ যোৰহাটৰ ঐতিহাসিক মইনামাজী গাঁৱৰ ৰাইজে সম্পূৰ্ণৰূপে পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰে গৰু বিহু ৷

যোৰহাটত গৰু বিহু

কৃষিজীৱি ৰাইজৰ হেঁপাহৰ গৰু হালক লৈ ব্যস্ত হৈ পৰা ৰাইজে গৰু হালক ভৌগদৈ নৈত মাহ-হালখিৰে গা ধুৱায় । উল্লেখ্য যে, ভৌগদৈ নৈত গৰু গা ধুওৱা পৰ্ব পৰম্পৰাৰে পালন কৰে গাঁওবাসীয়ে ৷

ক’ৰণা মহামাৰীৰ বাবে বিহুক লৈ চৰকাৰী বাধ্য-বাধ্যকতা থকা স্বত্বেও হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰাত কৃপনালী কৰা নাই অসমীয়া কৃষিজীৱি ৰাইজে ৷

লগতে পঢ়ক : গৰু বিহু পালন কৰিলে বিধায়ক মৃণাল শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.