ETV Bharat / state

"ভাৰতীয় জনতা পাৰ্টিৰ আঁচনি নিৰ্বাচনী টোপ নহয় "

নাগৰিকত্ব বিধেয়কে প্ৰভাৱ নেপেলায় লোকসভা নিৰ্বাচনত

TAPAN GOGOI
author img

By

Published : Mar 28, 2019, 2:55 PM IST

যোৰহাট , 28 মাৰ্চঃকংগ্ৰেছেহে নিৰ্বাচনৰ বাবে কাম কৰে, বিজেপিয়ে জনসাধাৰণৰ উন্নয়নৰ বাবেহে কাম কৰে । এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ । বিজেপিৰ চৰকাৰখনে হাতত লোৱা অভিলাষী আঁচনিসমূহে বিজেপিৰ জয়ত সহায় কৰিব বুলি প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ।

নাগৰিকত্ব বিধেয়কে প্ৰভাৱ নেপেলায় লোকসভা নিৰ্বাচনত
প্ৰাৰ্থী গৰাকীয়ে লগতে প্ৰকাশ কৰে যে অসমৰ উন্নয়নেই তেওঁৰ প্ৰধান লক্ষ্য হ'ব । ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ শীৰ্ষ দহখন ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভূক্ত কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য আগবঢ়াই । ভাৰতীয় জনতা পাৰ্টিয়ে জনসাধাৰণৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি কোনো নিৰ্বাচনী টোপ নহয়,নিৰ্বাচনৰ পাচতো আঁচনি সমূহ কাৰ্যকৰী হৈ থাকিব বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য আগবঢ়াই ।

Etv Bharat ৰ সৈতে হোৱা বিশেষ কথোপকথনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত চৰকাৰখনে কম সময়ৰ ভিতৰতে ৰাইজৰ যিমান উন্নয়ন মূলক আঁচনি ৰূপায়ন কৰি কংগ্ৰেছে বিগত 70 বছৰেও কৰিব নোৱাৰিলে বুলিও প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ।

যোৰহাট লোক সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সৈতে বিশেষ কথোপকথন।।।

এই বাৰ লোক নিৰ্বাচনৰ যোৰহাট লোক সভা সমষ্টিৰ বিজেপিৰ মনোনীত।প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মূল ইচ্ছূ উন্নয়ন ।। ২০১৬ চনৰ পৰা ৰাজ্যখনৰ শক্তি মন্ত্ৰী হৈ ৰাজ্যৰ হৈ কৰা উন্নয়ন মূলক কামে লোক সভা নিৰ্বাচনত ৰাইজৰ কাষ চপাত সহায় কৰিব।আজি Etv Bharat ৰ সৈতে হোৱা বিশেষ কথোপকথনত প্ৰাৰ্থী গৰাকীয়ে কয় যে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰ নেতৃত্বত চৰকাৰখনে কম সময়ৰ ভিতৰতে ৰাইজৰ যিমান উন্নয়ন মূলক আচনি ৰূপায়ন কৰি কংগ্ৰেছে বিগত ৭০ বছৰেও কৰিব নোৱাৰিলে।বিজেপি চৰকাৰৰ উন্নয়ন মূলক আচনি য়ে জনতাৰ হৃদয় চুই যাৰ ফলত এই বাৰ লোক সভা নিৰ্বাচন ত বিজেপিৰ জয় নিশ্চিত।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.