টীয়ক, 20 মাৰ্চঃ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তি নুমোৱাক লৈ ছ'চিয়েল মিডিয়াত ওলোৱা অপপ্ৰচাৰে সৰ্বত্ৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ কিন্তু বৰ্তমানেও নামঘৰৰ মনিকূটত অবিৰতভাবে জ্বলি আছে ঢেকীয়াখোৱা বৰ নামঘৰৰ অক্ষয় বন্তিগছি ৷ ইতিমধ্য এই কথা স্পষ্ট কৰিছে বৰ নামঘৰ পৰিচালনা সমিতিয়ে ৷ ইতিমধ্যে ৰাইজক এই উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাই আৰক্ষীৰ কাষ চাপিছে নামঘৰ কৰ্তৃপক্ষ ৷
মনিকূটত অবিৰতভাবে জ্বলি আছে ঢেকীয়াখোৱা নামঘৰৰ অক্ষয় বন্তি - ঢেকীয়াখোৱা বৰ নামঘৰৰ অক্ষয় বন্তি
ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ অক্ষয় বন্তি নুমোৱা বুলি ছচিয়েল মিডিয়াত ওলোৱা অপপ্ৰচাৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ ৰাইজক এই উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান নামঘৰ কৰ্তৃপক্ষৰ ৷
Teok dhakiakhua fake news