ETV Bharat / state

দ-গাঁও অনাথ আশ্ৰমত ক’ভিড-19 ৰ সংক্ৰমণ - ক’ভিড-19 ৰ সংক্ৰমণ

যোৰহাট জিলাৰ দ-গাঁও অনাথ আশ্ৰমক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷ কিয়নো উক্ত আশ্ৰম খনত থকা ১৫ টা শিশুৰ ভিতৰত ৬ টা শিশু ক'ৰণাত আক্ৰান্ত হৈছে ৷

দ-গাঁও অনাথ আশ্ৰমত ক’ভিড-19 ৰ সংক্ৰমণ
দ-গাঁও অনাথ আশ্ৰমত ক’ভিড-19 ৰ সংক্ৰমণ
author img

By

Published : May 26, 2021, 10:03 PM IST

যোৰহাট, 26 মে’: ৰাজ্যত অপ্ৰতিৰোধ্য ৰূপত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ তাৰ মাজতে বুধবাৰে যোৰহাটৰ দগাঁও অনাথ আশ্ৰমত কেইবাটাও শিশু ক’ভিড-19 আক্ৰান্ত হৈছে ৷

উল্লেখযোগ্য যে, যোৰহাট জিলাৰ দ-গাঁও অনাথ আশ্ৰমক কণ্টেইনমেণ্ট জন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷ কিয়নো উক্ত আশ্ৰম খনত থকা ১৫ টা শিশুৰ ভিতৰত ৬ টা শিশু ক'ৰণাত আক্ৰান্ত হৈছে ৷ জানিব পৰা মতে বৰ্তমানলৈকে শিশু কেইটাৰ সৈতে দ-গাঁও অনাথ আশ্ৰমতে চাৰি গৰাকী গৃহ মাতৃও আছে ।

সম্প্ৰতি স্থানীয় ৰাইজে জিলা প্ৰসাশনক উক্ত আশ্ৰম খনিত থকা শিশু সকলৰ স্বাস্থ্য ব্যৱস্থা কৰাৰ লগতে খাদ্য সমাগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.