ETV Bharat / state

তেজস্বিতা বৰুৱা মৃত্যুৰ তদন্তৰ দাবী কংগ্ৰেছৰ - Tejaswita Boruah dead

অকালতে হেৰাই গ’ল মাজুলীৰ এটি উজ্বল তৰা ৷ ৰাজ্যবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ’ল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা ৷ এগৰাকী প্ৰতিভাৱন কণ্ঠশিল্পী স্বাস্থ্য বিভাগ হেমাহি বাবে অকালতে হেৰাই যোৱা ঘটনাক লৈ দুখ প্ৰকাশ কৰা লগতে উক্ত ঘটনা উচিত পৰ্যায় তদন্ত দাবী কৰিছে কংগ্ৰেছে (Congress demands probe into Tejaswita death) ।

congress demands probe into tejaswita death
তেজস্বিতা বৰুৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী কংগ্ৰেছৰ
author img

By

Published : Oct 6, 2022, 7:51 PM IST

যোৰহাট, 6 অক্টোবৰ: মাজুলীৰ জনপ্ৰিয় শিশু কণ্ঠশিল্পী তেজস্বিতা বৰুৱা মৃত্যুক লৈ সমগ্ৰ অসমত শোকৰ ছাঁ পৰাৰ লগতে অক্সিজেন অভাৱত মৃত্যু হোৱাক লৈ ক্ষোভত ফাটি পৰিছে সমগ্ৰ ৰাজ্যবাসী (Tejaswita Boruah dead)। এগৰাকী প্ৰতিভাৱন কণ্ঠশিল্পী স্বাস্থ্য বিভাগ হেমাহি বাবে অকালতে হেৰাই যোৱা ঘটনাক লৈ দুখ প্ৰকাশ কৰা লগতে উক্ত ঘটনা উচিত পৰ্যায় তদন্ত দাবী কৰিছে কংগ্ৰেছে (Congress demands probe into Tejaswita death) ।

সংবাদমেলযোগে এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami reacts to Tejaswita Barua death) । গোস্বামীয়ে কয় যে, মাজুলী অসামৰিক চিকিৎসালয় অধীক্ষক গৰাকীক চাকৰি পৰা বৰ্খাস্ত কৰিলে নহ'ব (Majuli district hospital superintendent suspended) । মাজুলী চিকিৎসা লয় সম্পকে পৱিত্ৰ সদনত ভুল তথ্য দিয়া বাবে বিভাগীয় বিষয়াক উচিত শাস্তি দিবলৈ দাবী উত্থাপন কৰে ।

মাজুলী শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আসমৰিক চিকিৎসালয় সম্পৰ্কে তথা ইয়াত উপলব্ধ সা-সুবিধা, ICU ত অক্সিজেনযুক্ত বিচনা আৰু ভেন্টিলেচন পৰ্যাপ্ত সুবিধা আছে বুলি অসম বিধানসভা পৱিত্ৰ মজিয়াত বিভাগীয় মন্ত্ৰীয়ে বিৰোধী এক প্ৰশ্ন উত্তৰ প্ৰকাশ কৰিছিল ।

তেজস্বিতা বৰুৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী কংগ্ৰেছৰ

কিন্তু তাৰ পিছতো অক্সিজেন অভাৱত এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰাই কিয় মৃত্যু আকোৱালি ল'ব লগা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Singer Tejaswita Boruah dead) । অসমত এতিয়া অসম চিকিৎসা মহাবিদ্যালয় নামত বিল্ডিঙ বনোৱা হে হৈছে । নাই চিকিৎসক, নাই পৰ্যাপ্ত সা সুবিধা ।

মাথো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় বাহিৰে অসম স্বাস্থ্যখণ্ডৰ অৱস্থা পঁয়ালগা । এগৰাকী কণ্ঠশিল্পী কলিতে মৰহি যোৱা ঘটনাৰ এক উচিত পৰ্যায় তদন্ত দাবী জনায় আৰু জিলা উপায়ুক্ত জৰিয়তে উচ্চ পৰ্যায় তদন্তৰ দাৱী জনায় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ।

লগতে পঢ়ক: তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.