ETV Bharat / state

ষ্টেট বেংকৰ একাউণ্টৰ পৰা হৰলুকি ৮০ হেজাৰ টকা - টীয়ক

পূৰ্বেও আন কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ ধন দুষ্ট চক্ৰই মোকলাই নিছিল যদিও আৰক্ষী তথা বেংক কৰ্তৃপক্ষই এতিয়া লৈকৈ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই দুষ্ট চক্ৰটোক ।

একাউণ্টৰ পৰা হৰলুকি ৮০ হেজাৰ টকা
author img

By

Published : May 3, 2019, 2:03 PM IST

যোৰহাট, ৩ মেঃ যোৰহাটৰ টীয়ক ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি ৪০ হেজাৰ টকা। কোনো দুষ্ট চক্ৰই উলিয়াই নিয়াৰ সন্দেহ গ্ৰাহকজনৰ।

একাউণ্টৰ পৰা হৰলুকি ৮০ হেজাৰ টকা

লক্ষীৰাম চাহু নামৰ গ্ৰাহক জনৰ 10758395195 নম্বৰৰ একাউন্টৰ পৰা ২ মে'ৰ দিনা গুৱাহাটীৰ জি এচ ৰোডৰ এটা এ টি এমৰ পৰা ৪০ হাজাৰ টকা এ টি এম কাৰ্ডৰে আৰু বাকী ৪০ হাজাৰ টকা এ টি এম ট্ৰেন্সফাৰৰ যোগেদি মুকলাই নিয়ে। গ্ৰাহক জনৰ নিজৰ হাতত এ টি এম থকাৰ পাছতো কি দৰে দুষ্ট চক্ৰই গ্ৰাহকজনৰ অজ্ঞাতে এনেদৰে ধন মুকলাই নিলে, সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে । ইতিমধ্যে চাহুয়ে উক্ত ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আন কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ ধন দুষ্ট চক্ৰই উলিয়াই নিছিল যদিও আৰক্ষী তথা বেংক কৰ্তৃপক্ষই এতিয়া লৈকে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই দুষ্ট চক্ৰটোক।

অধিক পঢ়িবলৈ-সৰুপথাৰত এন আৰ চিৰ নামত ধন লৈ গ্ৰেপ্তাৰ তিনি কৰ্মী

Intro:Body:টীয়কৰ এচ বি আইৰ গ্ৰাহকৰ পৰা হৰলুকি ৮০ হাজাৰ টকা
TEOK: যোৰহাট জিলাৰ টীয়কৰ ভাৰতীয় ষ্টৈট বেঙ্কৰ এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই ৮০ হাজাৰ টকা উলিয়াই নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।টীয়কৰ জগদুৱাৰৰ লক্ষীৰাম চাহু নামৰ গ্ৰাহক জনৰ 10758395195 নম্বৰৰ একাউন্টৰ পৰা ২ মে'ৰ দিনা গুৱাহাটীৰ জি এচ ৰোডৰ এটা এ টি এমৰ পৰা ৪০ হাজাৰ টকা এ টি এম কাৰ্ডৰে আৰু বাকী ৪০ হাজাৰ টকা এ টি এম ট্ৰেন্সফাৰৰ যোগেদি মুকলাই নিয়ে । গ্ৰাহক গৰাকীৰ নিজৰ হাতত এ টি এম থকাৰ পাছতো কি দৰে দুষ্ট চক্ৰই গ্ৰাহকৰ অজ্ঞাতে এনেদৰে ধন মুকলাই নিলে সেইলৈ ৰহস্যৰ সৃষ্টি হৈছে ।লক্ষ্মীনাথ চাহু নামৰ ব্যক্তিজনে উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও আন কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ ধন দুষ্ট চক্ৰই মুকলাই নিছিল যদিও আৰক্ষী তথা বেঙ্ক কৰ্তৃপক্ষই কালপিট চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.