ETV Bharat / state

আছুৰ কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী ঘোষণা

কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন আছুৰ ৷ থলুৱা বাদ্যযন্ত্র বজাই প্রতিবাদ কৰিব আছুৱে ৷

author img

By

Published : Dec 30, 2019, 12:58 PM IST

AASU AGENDA DECLEAR REGARDING CAA ASSAM ETV BHARAT
আছুৰ কা বিৰোধী আন্দোলনৰ কাৰ্যসূচী ঘোষণা

সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী ৷

  • ৩১ ডিচেম্বৰৰ- কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন আছুৰ
  • ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী- ঘৰে ঘৰে CAA বিৰোধী সংকল্প ল'বলৈ আহ্বান আছুৰ
  • সকলোকে We Oppose CAA,আমি CAA নামানো বুলি একেলগে সংকল্প ল'বলৈ আহ্বান
  • BJP দলক উৎখাতৰ বাবে নিজৰ মনত আৰাধনা কৰিবলৈ আছুৰ আহ্বান
  • ১ জানুৱাৰী- ৬ ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বিশেষ কাৰ্যসূচী আছুৰ
  • পদূলি মুখত আৰু অঞ্চলে অঞ্চলে বন্তি জ্বলাই শ্রদ্ধাঞ্জলি জনাব ছহিদক
  • ৩ জানুৱাৰী- ৰাজ্যজুৰি আছুৰ জোঁৰ লৈ প্ৰতিবাদ (জিলা,মহকুমা আৰু সদৰ সমূহত)
  • ৯ জানুৱাৰী- ‘আছু’ৰ উদ্যোগত ৰণশিঙা কাৰ্যসূচী

থলুৱা বাদ্যযন্ত্র বজাই প্রতিবাদ কৰিব আছুৱে

  • ১০ জানুৱাৰীত- খেলো ইণ্ডিয়াৰ মাজতো অব্যাহত থাকিব আছুৰ প্রতিবাদ
  • প্রধানমন্ত্রী আহিলেও ‘আছু’ৰ প্রতিবাদৰ সন্মুখীন হ’ব
  • ১১ জানুৱাৰী- আঞ্চলিক সমূহত জোঁৰ লৈ প্রতিবাদ
  • ১৩-১৪ জানুৱাৰী- উৰুকা,বিহুৰ মেজিত দাহ হ’ব CAA
  • শিল্পী দিৱস পালনৰ মাজতো অব্যাহত থাকিব প্রতিবাদ

লগতে চাওকঃফোন ধৰিলে "হেল্ল'"ৰ পৰিৱৰ্তে কওক "জয় আই অসম"

Intro:Body:

*আছুৰ কাৰ্যসূচী ঘোষণা*

*৩১ ডিচেম্বৰৰ* কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন আছুৰ

   আৰু 

  *৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী*:-  ঘৰে ঘৰে C(A)A  বিৰোধী সংকল্প লবলৈ আছুৰ আহ্বান, পৰিয়ালৰ লোকে we oppose C(A)A, আমি CAA নামানো বুলি একেলগে সংকল্প লবলৈ আছুৰ আহ্বান আৰু BJP উৎখাটৰ বাবে নিজৰ মনত আৰাধনা কৰিবলৈ আছুৰ আহ্বান।

*১ জানুৱাৰী* :- ৬  ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বিশেষ কাৰ্যসূচী

পদূলি মুখত আৰু অঞ্চলে অঞ্চলে বন্তি জ্বলাই শ্রদ্ধাঞ্জলি  জনাব ছহিদক।

*৩ জানুৱাৰী*:- ৰাজ্যজুৰি আছুৰ জোঁৰ লৈ প্ৰতিবাদ (জিলা,মহকুমা আৰু সদৰ)

*৯ জানুৱাৰী*:- ‘আছু’ৰ উদ্যোগত ৰণশিঙা কাৰ্যসূচী

থলুৱা বাদ্যযন্ত্র বজাই প্রতিবাদ কৰিব আছুৱে

*১০ জানুৱাৰীত*:- খেলো ইণ্ডিয়াৰ মাজতো প্রতিবাদ চলি থাকিব

প্রধানমন্ত্রী আহিলেও ‘আছু’ৰ প্রতিবাদৰ সন্মুখীন হ’ব

*১১ জানুৱাৰী*:- আঞ্চলিকসমূহত জোঁৰ লৈ প্রতিবাদ

*১৩-১৪ জানুৱাৰী*:- উৰুকা, বিহুৰ মেজিত দাহ হ’ব C(A)A

শিল্পী দিৱস পালনৰ মাজতো অব্যাহত থাকিব প্রতিবাদ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.