ETV Bharat / state

তিতাবৰত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

author img

By

Published : Jul 4, 2020, 12:10 PM IST

তিতাবৰৰ গজালকটাৰ এগৰাকী স্থানীয় বাসিন্দাই শুকুৰবাৰে নিশা প্ৰায় 2 বজাত,এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰে । লোকগৰাকীয়ে বন বিভাগৰ কাৰ্যালয়ত সমগ্ৰ বিষয় সন্দৰ্ভে অৱগত কৰিছে যদিও,এই পৰ্যন্ত বন বিভাগৰ লোক উপস্থিত হোৱা নাই ।

a rare species of slow loris rescued in titabar, jorhat

তিতাবৰ,4 জুলাইঃ শুকুৰবাৰে নিশা প্ৰায় 2 বজাত তিতাবৰৰ গজালকটাত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ । স্থানীয় অমৃত পলং নামৰ লোক এগৰাকীৰ ঘৰত উদ্ধাৰ হয় দুষ্প্ৰাপ্য বান্দৰটো । উল্লেখ্য যে,নিশা সাৰ পাই বাহিৰলৈ ওলাই লোকগৰাকীয়ে ঘৰৰ নিজৰ ঘৰৰ চোতালত বান্দৰটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে । শনিবাৰে পুৱা অমৃত পলঙে বন বিভাগৰ কাৰ্যালয়ত সমগ্ৰ বিষয় সন্দৰ্ভে অৱগত কৰে যদিও,এই পৰ্যন্ত বন বিভাগৰ লোকে আহি দুষ্প্ৰাপ্য প্ৰাণীটো লৈ নোযোৱাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালটো । জানিব পৰা মতে,সম্প্ৰতি অতি সংকটজনত অৱস্থাত আছে লাজুকী বান্দৰটো ।

তিতাবৰত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

লগতে পঢ়কঃ প্লাষ্টিক: মানৱ সমাজৰ অভিশাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.