ETV Bharat / state

হোজাই ৰেল ষ্টেচনত আৰক্ষীৰ তালাচী

ৰেল সুৰক্ষা বাহিনী আৰু জি.আৰ.পিয়ে যুটীয়া ভাৱে হোজাই ৰেল ষ্টেচনত চলালে অভিযান ৷ সমাগত স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰে তালাচী ৷

author img

By

Published : Aug 12, 2019, 12:56 PM IST

হোজাই ৰেল ষ্টেচনত আৰক্ষীয়ে চলায় তালাচী

হোজাই,12আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম হৈছে আৰক্ষী প্ৰশাসন ৷ কূটাঘাটকাৰীয়ে যাতে কোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী ৷ দেওবাৰে নিশা হোজাই ৰেল ষ্টেচনত ৰেল সুৰক্ষা বাহিনী আৰু জি.আৰ.পিয়ে যুটীয়া ভাৱে চলায় অভিযান ৷ ৰেল ষ্টেচনত নিৰাপত্তাৰ দিশটো কটকটিয়া কৰি তোলাৰ লগতে ৰেলৰ আলি, প্লেটফৰ্ম ,সন্দেহজনক যাত্ৰী, যাত্ৰীৰ লগত অনা মোনা,গাড়ী, বাইক ৰখোৱা আস্থান সমূহকে আদি কৰি তন্ন-তন্নকৈ নিৰিক্ষণ কৰে ৷

হোজাই ৰেল ষ্টেচনত আৰক্ষীয়ে চলায় তালাচী

ৰেল আৰক্ষীৰ গোপন খবৰ, নিষিদ্ধ সংগঠনৰ লোকে অসমত প্ৰবেশ কৰা আৰু দুই মাহ পূৰ্বে হোজাই জিলাৰ মূল ষ্টেচন হোজাই আৰু লামডিং ৰেল ষ্টেচনত কূটাঘাটকাৰীৰ কূটাঘাটৰ পৰিকল্পনা, তাৰ ওপৰত গুৰুত্ব দিও নিৰাপত্তা দিশটো আৰু অধিক কটকটীয়া কৰা হৈছে বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে ৷

Intro:নিশা হোজাই ৰেল ষ্টেচনত আৰক্ষীৰ তালাচী | Body:নিশা হোজাই ৰেল ষ্টেচনত আৰক্ষীৰ তালাচী | কুটাঘাটকাৰীয়ে যাতে ৰেল ষ্টেচনত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা সংঘটিত কৰিৱ নোৱাৰে তাৰ আশংকাত ৰেল সুৰক্ষা বাহিনী আৰু জি. আৰ. পি ৰ যুটীয়া ভাৱে এই তালাচী অভিযান |

মাজত মাত্ৰ দুদিন বাকী ১৫ আগষ্ট স্বাধীনতা দিৱসলৈ | তাৰ প্ৰাকক্ষণত নিশাও হোজাই ৰেল ষ্টেচনত সমস্ত হৈ থকা পৰিলাক্ষিত হল আৰক্ষীক |
ৰেল সুৰক্ষা বাহিনী আৰু জি আৰ পিয়ে যুটীয়া ভাৱে হোজাই ৰেল ষ্টেচনত নিৰাপত্তাৰ দিশটো কতকটিয়া কৰি তোলাৰ লগতে ৰেলৰ আলি, প্লেটফৰ্ম ,সন্দেহজনক যাত্ৰী, যাত্ৰীৰ লগত অনা মোনা,গাডী বাইক ৰখোৱা আস্থান সমূহ আদি তন্ন তন্নকৈ নিৰিক্ষণ কৰে |
উল্লেখ যে,উজনি-নামনি দিশে যাব লগীয়া প্ৰতিখন ৰেলগাড়ী হোজাই ৰেল ষ্টেচনৰ মাজেৰেই পাৰ হৈ যায় আৰু এই ৰেলগাড়ীতেই বহু কূটাঘাত সংঘটিত কৰিৱ পৰা বয়-বস্তু আৰক্ষীৰ চকুত ধূলি দি দূস্কৃতিকাৰীয়ে পাৰ কৰি গন্তব্য স্থানলৈ লৈ যায় | সেয়হে হোজাই ৰেল ষ্টেচনত ৰখোৱা প্ৰতিখন ৰেল গাডী,ৰেল যাত্ৰীয়ে লগত লৈ অনা মোনা তন্ন তন্নকৈ আৰক্ষীয়ে নিৰিক্ষণ কৰে | ৰেল আৰক্ষীৰ গোপন খৱৰ, নিষিদ্ধ সংগঠনৰ লোকে অসমত প্ৰবেশ কৰা আৰু দুই মাহ পূৰ্বে হোজাই জিলাৰ মূল ষ্টেচন হোজাই আৰু লামডিং ৰেল ষ্টেচনত কুটাঘাটকাৰীৰ কুটাঘাটৰ পৰিকল্পনা, তাৰ ওপৰত গুৰুত্ব দিও নিৰাপত্তা দিশটো আৰু অধিক কটকটীয়া কৰা হৈছে বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে |

BYTE: ৰেল আৰক্ষী

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.