ETV Bharat / state

হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প

হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প ৷ দীৰ্ঘদিনৰ পৰা প্ৰদীপ সুৰেখা মালিকানাধীন আসাম অইল পেট্ৰল পাম্পৰ মাত্ৰাতকৈ কম তেল যোগান

author img

By

Published : Jul 29, 2019, 11:58 PM IST

হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প
  • হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প
  • দীৰ্ঘদিনৰ পৰা প্ৰদীপ সুৰেখা মালিকানাধীন আসাম অইল পেট্ৰল পাম্পৰ জোখতকৈ কম তেল দিয়াৰ অভিযোগ
  • সোমবাৰে পুৱা দণ্ডাধীশ সজীৱ দাসক পৰিমাণতকৈ কম তেল দি ফান্দত পৰিল পেট্ৰল পাম্পটো
  • ঘটনা সংক্ৰান্তত জিলা যোগান বিভাগক দণ্ডাধীশ সজীৱ দাসৰ অভিযোগ
  • যোগান বিভাগৰ পৰিদৰ্শক নেকিব খান আৰু দণ্ডাধীশ জনৰ নেতৃত্বত অহা দলটোৱে ধৰা পেলাই ব্যাপক খেলিমেলি
  • ইয়াৰ ভিত্তিত পৰিদৰ্শক নেকিব খানৰ নেতৃত্বাধীন দলটোৱে ছীল কৰে পেট্ৰল পাম্পটো

Intro:হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প ।।
Body:হোজাইত প্ৰশাসনে ছীল কৰিলে পেট্ৰল পাম্প ।।

এশ গৰু মাৰিলে বাঘৰো মৰণ সেই অল্প বাক্যশাৰ প্ৰতিফলিত ঘটিল হোজাইৰ এখন পেট্ৰল পাম্পৰ ক্ষেত্ৰত।।হয় পুৰণা বজাৰ স্থিত প্ৰদীপ সুৰেখা মালিকানাধীন আসাম অইল পেট্ৰল পাম্পে দীৰ্ঘদিনৰ পৰা মাত্ৰাতকৈ কম তেল যোগান ধৰি একপ্ৰকাৰ গ্ৰাহকক ৰামটাঙোন সোধাই আহিছিল।।ইয়াৰ মাজতে সোমবাৰে পুৱা দণ্ডাধীশ সজীৱ দাসে এই পেট্ৰল পাম্পৰ পৰা তেল ভৰাই যদিও দণ্ডাধীশ জনক কৰ্মচাৰীয়ে ৰামঠগণ দি মাত্ৰাতকৈ কম তেল দি পঠিয়াই দিয়ে।।ইপিনে সেই সময়ত দণ্ডাধীশ জনে বিৰোধিতা কৰে যদিও কৰ্মচাৰী সকলে দুৰ্ব্যৱহাৰ কৰে।।পৰৱৰ্তী সময়ত ঘটনা সংক্ৰান্তত জিলা যোগান বিভাগক দণ্ডাধীশ সজীৱ দাসে অভিযোগ দিয়াত বিয়লি যোগান বিভাগৰ পৰিদৰ্শক নেকিব খান আৰু দণ্ডাধীশ জনৰ নেতৃত্বত এটি দলে অভিযান চলাই পেট্ৰল পাম্পৰ তেল যোগান ধৰা মেচিন বোৰত খেলি মেলি পোৱাত অভিযান কাৰী দলে
পেট্ৰল পাম্প খন ছীল কৰি দিয়ে।।এতিয়া প্ৰশ্ন হয় এজন দণ্ডাধীশক যদি এনেদৰে ৰামঠগণ দিব পাৰিছে তেন্তে সাধাৰণ জনতাৰ ক্ষেত্ৰত কি দৰে ঠগণ দিব পাৰে সেয়া এবাৰ ভাৱক।গতিকে পেট্ৰল পাম্পত তেল ভৰাওঁতে সজাগ হওক আপুনিও।।

BITE-অভিযান কাৰী বিষয়া/দণ্ডাধীশ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.