হোজাই, ২৩ জুলাই : হোজাইত ৰাইজৰ নিদ্ৰা হৰিছে গৰু চোৰে । আৰক্ষীৰ চকুত ধূলি দি চহৰখনৰ মাজেদি দৈনিক চুৰি গৰু সৰবৰাহ কৰি আহিছে চুৰি-চক্ৰই । মঙ্গলবাৰে অৱশ্যে চকু মুদি আৰু বহি থাকিব নোৱাৰিলে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ পদুমপুখুৰীৰ পৰা এখন চোৰাং গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে মোৰাঝাৰ আৰক্ষীয়ে । অভিযানত বাহাৰ উদ্দীন আৰু মুফিদুল হক নামৰ দুটা কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ AS-০১JC-৩৯৮১ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 295/19 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আটকাধীন চোৰ দুটাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে । এতিয়া ৰাইজৰ মনত এটাই প্ৰশ্ন এনে দৰে বহু দিনৰ পাছে পাছে অভিযান চলাই আৰক্ষীয়ে সামৰিব নেকি দায়িত্ব? পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব ।
আৰক্ষীৰ জালত গাড়ীসহ গৰু চোৰ - cow thief nexus
হোজাইত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ আতংক । সক্ৰিয় আন্তৰাষ্ট্ৰীয় গৰু-চুৰি চক্ৰ । গৰু ভৰ্তি ট্ৰাকসহ মোৰাঝাৰ আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ ।
হোজাই, ২৩ জুলাই : হোজাইত ৰাইজৰ নিদ্ৰা হৰিছে গৰু চোৰে । আৰক্ষীৰ চকুত ধূলি দি চহৰখনৰ মাজেদি দৈনিক চুৰি গৰু সৰবৰাহ কৰি আহিছে চুৰি-চক্ৰই । মঙ্গলবাৰে অৱশ্যে চকু মুদি আৰু বহি থাকিব নোৱাৰিলে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ পদুমপুখুৰীৰ পৰা এখন চোৰাং গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে মোৰাঝাৰ আৰক্ষীয়ে । অভিযানত বাহাৰ উদ্দীন আৰু মুফিদুল হক নামৰ দুটা কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ AS-০১JC-৩৯৮১ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 295/19 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আটকাধীন চোৰ দুটাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে । এতিয়া ৰাইজৰ মনত এটাই প্ৰশ্ন এনে দৰে বহু দিনৰ পাছে পাছে অভিযান চলাই আৰক্ষীয়ে সামৰিব নেকি দায়িত্ব? পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব ।
Body:হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে ট্ৰাক সহ গৰু চোৰক আটক।
হোজাইত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ আতংক। এবাৰ গৰু বজাৰত নহয় কিন্তু থানাৰ চৌহদে চৌহদে যাকে যাকে গৰু। অৱশেষত চকু মুদি বহি থাকিব নোৱাৰি আৰক্ষীয়ে চলালে গৰু বিৰুদ্ধে অভিযান। এইবাৰ আৰক্ষীৰ অভিযানত AS01JC3981 নম্বৰৰ ট্ৰাকসহ আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত গৰু চোৰ। চোৰাং গৰু কঢ়িয়াই লৈ যাওঁতে মোৰাঝাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰৰ পদুমপুখুৰীৰ পৰা আটক কৰে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক আৰু বাহাৰ উদ্দীন আৰু মুফিদুল হক নামৰ দুটা গৰু চুৰক।আৰক্ষীয়ে 295/19 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আতকাধীন দুই চোৰক জেল হাজোলৈ প্ৰেৰণ কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে এনে দৰে কেইদিনমান পিছে পিছে অভিযান চলাই আৰক্ষীয়ে দায়িত্ব সমাৰিবনে ,পৰবৰ্তী সময়ত সেয়া লক্ষণীয় হব।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam