ETV Bharat / state

পশ্চিম কাৰ্বিআংলঙত পুনৰ 31 গৰাকী লোক আক্ৰান্ত COVID-19ত - কোৱাৰেণ্টাইন

পশ্চিম কাৰ্বিআংলঙত শনিবাৰৰ দিনটোত ৩১ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷

31 new corona virus cases found in west karbi anglong

author img

By

Published : Jun 13, 2020, 7:58 PM IST

হোজাই, 13 জুনঃ শনিবাৰৰ দিনটোত পশ্চিম কাৰ্বিআংলঙত পুনৰ ৩১ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ লোক কেইগৰাকী কোৱাৰেণ্টাইন হৈ আছিল খেৰণি হাইস্কুল,খেৰণি কপিলী মহাবিদ্যালয়,ডংকামোকাম আদৰ্শ বিদ্যালয় আৰু টুমপ্ৰেঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ আনহাতে কেইগৰাকীমান লোকক ইতিমধ্যে হোম কেৱাৰেণ্টাইনলৈয়ো প্ৰেৰণ কৰা হৈছিল ৷

এই ঘটনাক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ কৰ্তৃপক্ষই ইতিমধ্যে আক্ৰান্ত লোক কেইগৰাকীক চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ যোৰহাট ৰে'ল ষ্টেশ্যনত কৰ'ণাতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.