ETV Bharat / state

হাইলাকান্দিত কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 12, 2019, 9:14 PM IST

হাইলাকান্দিত কেবৰ বিৰুদ্ধে অৰ্ধউলংগ হৈ প্ৰতিবাদ বৰাক গণতান্ত্ৰিক ছাত্ৰ সংস্থাৰ ৷ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি উত্তাল কৰে পৰিৱেশ ৷

HAILAKANDI PROTEST
হাইলাকান্দিত কেবক লৈ উত্তাল প্ৰতিবাদ

হাইলাকান্দি, 11 ডিচেম্বৰ : হাইলাকান্দিত কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ অৰ্ধউলংগ হৈ প্ৰতিবাদ বৰাক গনতান্ত্ৰিক ছাত্ৰ সংস্থাৰ ৷ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি অৰ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে বৰাক গণতান্ত্ৰিক ছাত্ৰ সংস্থাই ৷ কাটলিচৰাৰ এ আই ইউ ডি এফ বিধায়ক সুজাম উদ্দিন লস্কৰৰ কেবক লৈ বিস্ফোৰক মন্তব্য । তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, বাংলাদেশীৰ ভোটৰ বাবে বিজেপিয়ে গৃহীত কৰিছে কেব ৷ ৰাজদীপ ৰায়ৰ দৰে বাংলাদেশী সাংসদে কেব গৃহীত কৰাৰ বাবে সংসদত ভোটদান কৰিছে । সংসদত কেব গৃহীত হোৱাৰ প্ৰতিবাদত ৰাইজক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনায় বিধায়ক সুজাম উদ্দিন লস্কৰে । প্ৰয়োজন হ'লে তেওঁ নিজে কেবৰ বিৰুদ্ধে অৰ্ধউলংগ হৈ প্ৰতিবাদ জনাব বুলি মন্তব্য কৰে । কেবৰ বাবে ত্ৰিপুৰাৰ দৰে অসমখন হ'ব এখন বাংলাভাষী ৰাজ্য ।

হাইলাকান্দিত কেবক লৈ উত্তাল প্ৰতিবাদ

আৰু পঢ়ক : ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত কেব বিৰোধী প্ৰতিবাদ

Intro:Body:

HAILAKANDI PROTEST

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.