হাইলাকান্দি, 24 জুনঃ হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বিদ্যুৎ সংযোগ লাভ নকৰা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি আলগাপুৰ সমষ্টিৰ মোহনপুৰ ব্ৰনিব্ৰীজ আৰ এ গাঁওবাসীয়ে ৷ স্বাধীনতাৰ 70 বছৰৰ পাছতো বিদ্যুৎ সংযোগ লাভ নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি জিলাৰ শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে শক্তি বিভাগ হায় হায়, শক্তি মন্ত্ৰী মূৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে ৷ আনহাতে, প্ৰতিবাদস্থলীত জিলা শক্তি বিভাগৰ এজিএম আশীষ সিন্হাৰ হাতত স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে উক্ত অঞ্চলত বিদ্যুৎ সংযোগ কৰাৰ দাবী জনায় ।
হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ - অসম নিউজ
বিদ্যুৎ সংযোগ লাভ নকৰা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি আলগাপুৰ সমষ্টিৰ মোহনপুৰ ব্ৰনিব্ৰীজ আৰ এ গাঁওবাসীয়ে ৷ স্বাধীনতাৰ 70 বছৰৰ পাছতো বিদ্যুৎ সংযোগ লাভ নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷
হাইলাকান্দি, 24 জুনঃ হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বিদ্যুৎ সংযোগ লাভ নকৰা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি আলগাপুৰ সমষ্টিৰ মোহনপুৰ ব্ৰনিব্ৰীজ আৰ এ গাঁওবাসীয়ে ৷ স্বাধীনতাৰ 70 বছৰৰ পাছতো বিদ্যুৎ সংযোগ লাভ নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি জিলাৰ শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে শক্তি বিভাগ হায় হায়, শক্তি মন্ত্ৰী মূৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে ৷ আনহাতে, প্ৰতিবাদস্থলীত জিলা শক্তি বিভাগৰ এজিএম আশীষ সিন্হাৰ হাতত স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে উক্ত অঞ্চলত বিদ্যুৎ সংযোগ কৰাৰ দাবী জনায় ।
Body:O/C:-সুভাগ্য যেন এটিয়া ৰাইজৰ ভাবে হৈ পৰিছে দুৰভাগ্য । হাইলাকান্দি আলগাপুৰ সমষ্টিৰ মোহনপুৰ ব্ৰনিব্ৰীজ আৰ এ গাঁওত স্বাধীনতাৰ ৭০ বছৰৰ পিছত ও আজিলোকৈ নহল বিদ্যুৎ সংযোগ। আজি ব্ৰনিব্ৰীজ ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি জিলা শক্তি বিভাগৰ কাৰ্যালয় ঘোৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে। প্ৰতিবাদত জিলা শক্তি বিভাগ হায় হায় ,শক্তি মন্ত্ৰী তপণ গগৈ মুৰ্দাবাদ ধ্বনিত উত্তাল কৰি তুলি শক্তি বিভাগৰ কাৰ্যালয়। জিলা শক্তি বিভাগৰ AGM আশীষ সিনহাৰ হাতত এক স্মাৰক পত্ৰ প্ৰেৰন কৰি অতি সোনকালে এই অঞ্চলত বিদ্যুৎ সংযোগ কৰাৰ দাবী জনায়।Conclusion: