গোলাঘাট,2 ডিচেম্বৰঃ আজি চুকাফা দিৱস । সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত চুকাফা চাৰ্কোলত আয়োজন কৰা হয় চুকাফা দিৱস । চাও লুঙ চুকাফা দিৱস আয়োজক সমিতিৰ সৌজন্যত উদযাপনৰ কৰা হয় চুকাফা দিৱস ।
উল্লেখযোগ্য যে, অনুষ্ঠানৰ প্ৰথমতেই চাও লুঙ চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে অনুষ্ঠানটি । উক্ত অনুষ্ঠানতে গোলাঘাটৰ বহু কেইজন গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজকে ।

লগতে পঢ়কঃ কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ