ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি - সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি

গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাপতিত্বত নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত অনুষ্ঠিত হয় ৰাজহুৱা শুনানি ৷

নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা শুনানি
author img

By

Published : Oct 25, 2019, 11:33 PM IST

গোলাঘাট, 25 অক্টোবৰঃ শুকুৰবাৰে নুমলীগড়ৰ পংকা গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত হয় নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি ৷ গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ লগতে গোলাঘাট জিলাৰ অৰ্ধশতাধিক সংগঠনৰ কৰ্মকৰ্তাই ৷ শুনানি কালত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই মতামত আগবঢ়ায়। সকলোৱে একেমুখে নুমলীগড় শোধনাগাৰৰ ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়নলৈ শোধন ক্ষমতা বৃদ্ধি হোৱাৰ কামনা কৰিছে। ইফালে স্থানীয় লোকসকলে সম্প্ৰসাৰণৰ সমান্তৰালভাৱে স্থানীয় অঞ্চলৰ নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিয়াৰ লগতে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈও আহ্বান জনায়।

নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি

আৰু পঢ়কঃ গোলাঘাট নুমলিগড়ত 'এনআৰএল' ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

Intro:গোলাঘাট নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভতৰাজহুৱা শুনানি ।
আজি নুমলীগড়ৰ পংকা গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত হয় নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ লগতে গোলাঘাট জিলাৰ অৰ্ধশতাধিক সংগঠনৰ উপস্থিতিত অনুষ্ঠিত হয় এই শুনানি । শুনানি কালত বিভিন্ন দল সংগঠনৰ বিষয় ববীয়াই মতামত আগবঢ়াই । সকলোৱে একেমুখে নুমলীগড় শোধনাগাৰৰ ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়নলৈ শোধন ক্ষমতা বৃদ্ধি হোৱাৰ কামনা কৰিছে । ইফালে স্থানীয় লোক সকলে সম্প্ৰসাৰণৰ সমান্তৰাল ভাৱে স্থানীয় অঞ্চলৰ নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিয়াৰ লগতে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈও আহ্বান জনায় ।Body:Byte 1 : আছু নেতাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.