ETV Bharat / state

কিয় হঠাৎ সক্ৰিয় গোলাঘাট বন বিভাগ?

গোলাঘাট নগৰত কমেও 30 খন এনে কাঠ বিক্ৰী কৰা দোকান আছে। কমেও পোন্ধৰ বিশটা মান কাঠফলা মিল আছে। তেনে ক্ষেত্ৰত মঙলবাৰে দুপৰীয়া নিৰ্দিষ্ট এখন দোকানত বন বিভাগে অভিযান চলোৱা কাৰ্য ৰহস্যজনক বুলি চৰ্চিত হৈছে ৷

ETV BHARAT
author img

By

Published : Jun 4, 2019, 6:30 PM IST

গোলাঘাট , 4 জুন: বিশ্ব পৰিবেশ দিৱসৰ এটা দিনৰ পূৰ্বে সাৰ পালে গোলাঘাটৰ বন বিভাগ। গোলাঘাটত বন বিভাগৰ এটা দলে অভিযান চলালে কাঠ বিক্ৰী কৰা দোকানত। বন বিভাগৰ অভিযানৰ দৃশ্য বন্দী কৰাত বাধা প্ৰদান সাংবাদিকক। গোলাঘাটৰ বন বিভাগৰ গাফিলতিৰ বাবেই দীৰ্ঘদিনৰ পৰা অবাধ গতিত অব্যাহত আছে বনধ্বংস। হঠাতে চলোৱা এই অভিযানৰ অন্তৰালত গভীৰ ৰহস্য থকা বুলিও অভিযোগ উথাপন হৈছে।

গোলাঘাটৰ এখন কাঠৰ দোকানত অভিযান চলোৱাৰ সময়তে সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত সাংবাদিকৰ ওপৰতে গৰজি উঠিল বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ৷ অভিযানৰ দৃশ্য বন্দী কৰাত বাধা প্ৰদান কৰে সাংবাদিকক ৷ আনহাতে ফালিবলৈ অনা কাঠখিনিৰ মালিক প্ৰেম ঠাকুৰ জয়ছোৱালে জনায় যে তেওঁৰ দোকানৰ কাঠসমূহৰ নথি-পত্ৰ সকলো ঠিকেই আছে। বন বিভাগে অবৈধ বুলি অভিযোগ তুলিলেও প্ৰেম ঠাকুৰ জয়ছোৱালৰ নিজৰ দোকানত কাঠ ফালিবলৈ সুবিধা নথকাৰ বাবে সঞ্জীৱ শইকীয়াৰ টিম্বাৰ্চৰ কাঠ ফলা মিললৈ আনিছিল বুলি কয় দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে ।

বনবিভাগৰ অভিযান

উল্লেখযোগ্য যে গোলাঘাট নগৰত কমেও 30 খন এনে কাঠ বিক্ৰী কৰা দোকান আছে। কমেও পোন্ধৰ বিশটা মান কাঠফলা মিল আছে। তেনে ক্ষেত্ৰত মঙলবাৰে দুপৰীয়া নিৰ্দিষ্ট এখন দোকানত বন বিভাগে অভিযান চলোৱা কাৰ্য ৰহস্যজনক বুলি চৰ্চিত হৈছে।

Golaghat.04.06.2019
slug : as_glt_fotest dept illegal_7205572
as_glt_forest dept illegal_vis_7205572
as_glt_forest dept illegal_byte_7205572
O.C. বিশ্ব পৰিবেশ দিৱসৰ আগদিনা সাৰ পালে গোলাঘাটৰ বন বিভাগ। গোলাঘাটত বন বিভাগৰ এটা দলে অভিযান চলালে কাঠ বিক্ৰী কৰা দোকানত। যুগ যুগ ধৰি গভীৰ নিদ্ৰাত থকা বন বিভাগৰ এই হৰ্থাৎ অভিযানৰ দৃশ্য বন্দী কৰাত বাধা প্ৰদান সাংবাদিকক। গোলাঘাটৰ বন বিভাগৰ গাফিলতিৰ বাবেই দীৰ্ঘদিনৰ পৰা অবাধ গতিত অব্যাহত আছে বন ধ্বংস কাৰ্য। যুগ যুগ ধৰি গভীৰ নিদ্ৰাত থকা গোলাঘাটৰ বন বিভাগে বিশ্ব পৰিবেশ দিৱসৰ আগদিনা হঠাৎ চলোৱা এই অভিযানৰ অন্তৰালত গভীৰ ৰহস্য লুকাই থকা বুলিও অভিযোগ উথাপন হৈছে। কেৱল কমিচনৰ অংকত এনেদৰে অভিযান চলোৱাৰো অভিযোগ।
V.O. এই দৃশ্যটোলৈ মন কৰক গোলাঘাটৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা দলে নগৰৰ কাঠৰ দোকানত অভিযান চলাইছে। কাঠ বিক্ৰী কৰা দোকানখনৰ নথি পত্ৰ ঠিকে আছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ প্ৰবেশ কৰিছে বন বিভাগৰ লোক। সাংবাদিকে এই খবৰ লাভ কৰাৰ পিছত দোকান খনত উপস্থিত হোৱাত গৰজি উঠিছে বন বিভাগৰ লোক। "তোমালোকে তেনেকৈ কলেই নহব , কিয় ফটো মাৰিছা, ফটো মাৰিলেই কাম নহয় ৰবা।" এই দম্ভালি বন বিভাগৰ লোকৰ। অৱশ্যে ফালিবলৈ অনা কাঠখিনিৰ মালিক প্ৰেম ঠাকুৰ জয়ছোৱালে জনাই তেওঁৰ দোকানৰ কাঠ সমূহৰ নথি পত্ৰ সকলো ঠিকেই আছে। প্ৰেম ঠাকুৰ জয়ছোৱালৰ নিজৰ দোকানত কাঠ ফালিবলৈ সুবিধা নথকাৰ বাবে আনিছিল সঞ্জীৱ শইকীয়াৰ টিম্বাৰ্চৰ কাঠ ফলা মিললৈ। গোলাঘাট নগৰখনত কমেও ৩০ খন এনে কাঠ বিক্ৰী কৰা দোকান আছে। কমেও পোন্ধৰ বিশটা মান কাঠফলা মিল আছে। তেনে ক্ষেত্ৰত মঙ্গল বাৰে দুপৰীয়া বাচি বাচি এখন দোকানত বন বিভাগে অভিযান চলোৱা কাৰ্য ৰহস্যজনক বুলি সকলোৰে মুখত চৰ্চিত হব ধৰিছে। মাহেকীয়া কমিচন শক্তিশালী কৰিবৰ বাবেই বন বিভাগৰ এই অভিযান নেকি বুলিও সচেতন মহলৰ প্ৰশ্ন।
Byte_1_প্ৰেম ঠাকুৰ জয়ছোৱাল।
Byte_2_শ্ব - মিলৰ মালিক।   
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.